ETV Bharat / state

ডিব্ৰুগড়ৰ 31 জন সাংবাদিকৰ covid 19ৰ ফলাফল নিগেটিভ - Dibrugarh journalist covid 19 negative etv bharat assam

মুম্বাইকে ধৰি দেশৰ বিভিন্ন স্থানত কৰ্মৰত সংবাদকৰ্মীসকলৰ শৰীৰত covid 19 পজিটিভ পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ।

ডিব্ৰুগড়
ডিব্ৰুগড়
author img

By

Published : May 4, 2020, 8:49 PM IST

ডিব্ৰুগড়, 4 মেঃ সোমবাৰে ডিব্ৰুগড়ৰ 31 জন সাংবাদিকৰ covid 19ৰ ফলাফল নিগেটিভ বুলি জনাই ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা° নৱজ্যোতি গগৈয়ে । মুম্বাইকে ধৰি দেশৰ বিভিন্ন স্থানত কৰ্মৰত সংবাদকৰ্মীসকলৰ শৰীৰত covid 19 পজিটিভ পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ । স্বাস্থ্য বিভাগে কিছুদিনৰ পূৰ্বে গুৱাহাটীত কৰ্মৰত সংবাদকৰ্মীসকলক covid 19 পৰীক্ষা কৰে ৷ ইয়াৰ পাছতেই দেওবাৰে ডিব্ৰুগড়ত ৩১ জন সংবাদকৰ্মীৰ নমুনা সংগ্ৰহ কৰি ICMRলৈ প্ৰেৰণ কৰে ৷ অৱশ্যে আজি লাভ কৰা ফলাফল অনুসৰি এজনো সাংবাদিকৰ শৰীৰত COVID-19 ভাইৰাছ নাই ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.