ETV Bharat / state

ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল গাড়ী

বকপৰাৰ ৰাজপথত দাউ দাউকৈ জ্বলিল এখন দাটচান ৰেডি গ (Datsun Redi Go)বাহন ।

author img

By

Published : Jul 28, 2019, 1:45 PM IST

ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল গাড়ী
  • লখিমপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থাকোতে চলন্ত অৱস্থাত হঠাৎ যান্ত্ৰিক বিজুতিৰ ফলত জ্বলি উঠিল গাড়ীখন
  • কথমপি প্ৰাণ ৰক্ষা মহিলাসহ তিনি আৰোহীৰ
  • গাড়ীখনৰ নম্বৰ AS07 J 8913
  • ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই
    ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল গাড়ী

  • লখিমপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থাকোতে চলন্ত অৱস্থাত হঠাৎ যান্ত্ৰিক বিজুতিৰ ফলত জ্বলি উঠিল গাড়ীখন
  • কথমপি প্ৰাণ ৰক্ষা মহিলাসহ তিনি আৰোহীৰ
  • গাড়ীখনৰ নম্বৰ AS07 J 8913
  • ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই
    ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল গাড়ী
Intro:Breaking
ডিব্ৰুগড়ৰ বকপৰাত ৰাজপথত দাউ দাউকৈ জ্বলিল এখন দাটচান ৰেডি গ (Datsun Redi Go)বাহন। লখিমপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা অৱস্থাত চলন্ত অৱস্থাত হঠাৎ যান্ত্ৰিক বিজুতি ঘটি AS07 J 8913 নম্বৰৰ বাহনখন জ্বলি যায়। কথমপি প্ৰাণ ৰক্ষা মহিলাসহ তিনি আৰোহীৰ।পাছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুয়ে আন বাহনত স্পৰ্শ কৰাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.