ETV Bharat / state

ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ - ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা

ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ । পৰিদৰ্শনকালত কৃষকে বিক্ৰীৰ বাবে অনা ধানৰ গুণাগুণো কৰিলে পৰীক্ষা ।

ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

author img

By

Published : Feb 11, 2021, 7:08 PM IST

মৰাণ, ১১ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত কৃষকে বিক্ৰীৰ বাবে অনা ধানৰ গুণাগুণো কৰিলে পৰীক্ষা । কেন্দ্ৰটোত মজুত কৰি ৰখা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া সকলক কৃষি বিভাগ আৰু কৃষকৰে এক সমন্বয় ৰক্ষা কৰি পৰিকল্পনা সহিতে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে ।

ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

উল্লেখযোগ্য যে, প্ৰথম দিনটোত এই কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা প্ৰতি কুইণ্টলত মুঠ ১,৮৬৮ টকাকৈ সৰ্বমুঠ ৫০ মেট্ৰিক টন ধান ক্ৰয় কৰা হয় । ডিব্ৰুগড় জিলাৰ কৃষকসকলৰ পৰা নূন্যতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ লক্ষ্যৰে মংগলবাৰৰ পৰা জিলাখনৰ খোৱাঙঘাটত কাৰ্যক্ষম হৈ উঠা ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰতো পৰিদৰ্শ কৰি উপায়ুক্ত পল্লৱ গোপাল ঝাই কৃষক সকলে উচিত মূল্য পাব পৰা এখন বজাৰ পোৱাৰ ক্ষেত্ৰত বহুখিনি সহায়ক হব বুলি কৰিলে মন্তব্য ।

লগতে পঢ়ক:ৰঙিয়াত হেকাৰৰ কবলত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.