ETV Bharat / state

ক’ভিড পৰিস্থিতি সৰ্ম্পকে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ বিশেষ বেঠক

দেওবাৰে ডিব্ৰুগড় জিলাখনৰ সকলো চক্ৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়া সকলৰ উপস্থিতত ক'ভিড- ১৯ সংক্ৰমণ প্ৰতিৰোধ সৰ্ম্পকে এখন বৈঠক অনুষ্ঠিত কৰে জিলা উপায়ুক্তই ।

ক’ভিড পৰিস্থিতি সৰ্ম্পকে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ বিশেষ বেঠক
ক’ভিড পৰিস্থিতি সৰ্ম্পকে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ বিশেষ বেঠক
author img

By

Published : May 16, 2021, 10:38 PM IST

মৰাণ, 16মে’: ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লব গোপাল ঝাৰ সভাপতিত্বত দেওবাৰে জিলাখনৰ সকলো চক্ৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়া সকলৰ উপস্থিতত ক'ভিড- ১৯ সংক্ৰমণ প্ৰতিৰোধ সৰ্ম্পকে এখন বৈঠক অনুষ্ঠিত হয় ।

ক’ভিড পৰিস্থিতি সৰ্ম্পকে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ বিশেষ বেঠক
ক’ভিড পৰিস্থিতি সৰ্ম্পকে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ বিশেষ বেঠক

বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত বিষয়া সকলক সংক্ৰমিত এলেকাৰ আৰু চাহ বাগিচা এলেকাত কন্টেইনমেইন্ট জ’ন বা ক্ষুদ্ৰ কন্টেইনমেইন্ট জ’ন সমূহত কঠোৰ ভাবে বলৱৎ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে আহি থকা দিনত জিলাখনত ক'ভিড সংক্ৰমিত ৰোগী সকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে বিভিন্ন স্থানত আৰু অধিক ক'ভিড কেয়াৰ চেণ্টাৰ সাজু কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে চাহ বাগিচা সমূহতো বাগিচা কৰ্তৃপক্ষৰ সৈতে বিষয়া সকলক আলোচনাত মিলিত হৈ তাত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ কথা উল্লেখ কৰে ।

সভাখনত জিলা উন্নয়ন আয়ুক্ত পার্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোহাঁই আৰু ৰাজীৱ থাপা উপস্থিত থাকে ।

লগতে পঢ়ক: মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.