ETV Bharat / state

উপযুক্ত ঠাইৰ অভাৱত নাৱতে সৎকাৰ মহিলাৰ মৃতদেহ - woman deadbody burried in boat

ডিব্ৰুগড় জিলাৰ চাবুৱাত অপৰিৱৰ্তিত আছে বানৰ বিধ্বংসী ৰূপ ৷ উপযুক্ত ঠাইৰ অভাৱত প্ৰায় 45 বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে নাৱত ৷

deadbody of an woman burried in a boat due to lack of suitable space during flood chabua dibrugarh assam etv bharat news
চাবুৱাত অপৰিৱৰ্তিত বান
author img

By

Published : Jun 28, 2020, 3:07 PM IST

ডিব্ৰুগড়, 28 জুন: ৰাজ্যৰ 21 খন জিলা বৰ্তমান বানৰ বিভীষিকাৰ কবলত ৷ ডিব্ৰুগড়তো সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ চাবুৱাত বানৰ তাণ্ডৱ অপৰিৱৰ্তিত থকাৰ সময়তে সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰাৰ সময়তে উপযুক্ত ঠাইৰ অভাৱত প্ৰায় 45 বছৰীয়া ইৰাৱতী নৰহ নামৰ মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে নাৱত ৷ উক্ত ঘটনা সংঘটিত হৈছে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ অধীনষ্ঠ বিন্ধাকটাত ৷ বানৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ ৷

চাবুৱাত অপৰিৱৰ্তিত বান

লগতে চাওকঃ জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.