টিংখাং, 20 ফেব্ৰুৱাৰীঃ টিংখাঙৰ ধমন শালমাৰীত বৃহস্পতিবাৰে এটা মৃতদেহ উদ্ধাৰ হয়। পথৰ কাষৰ এটা দ গাঁতত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো স্থানীয় মণি ফুকন (৪৮) বুলি জানিব পৰা গৈছে । বুধবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই আহিছিল লোকজন । ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত বিনয় শৰ্মাৰ কাৰাগাৰত আত্মহননৰ চেষ্টা