ETV Bharat / state

টিংখাঙত বিক্ষোভ প্ৰতিবাদ চিপিআই এম এলৰ - AS10071

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই এম এলৰ কৰ্মীসকলে । শিক্ষা বিভাগে চৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰাকলৈ এই প্ৰতিবাদ । শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰাৰ লগতে বিভিন্ন বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীয়ে ।

টিংখাঙত বিক্ষোভ প্ৰতিবাদ চিপিআই এম এলৰ
টিংখাঙত বিক্ষোভ প্ৰতিবাদ চিপিআই এম এলৰ
author img

By

Published : Feb 17, 2021, 8:25 PM IST

টিংখাং,১৭ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পদৰ প্ৰাদেশীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে সৰৱ বিভিন্ন দল-সংগঠন । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই এম এলৰ কৰ্মীসকলে । একাংশ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে কৰা ঘোষণাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

টিংখাঙত বিক্ষোভ প্ৰতিবাদ চিপিআই এম এলৰ

ইফালে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণৰ নামত চৰকাৰে নিযুক্তি পত্ৰত বান্ধি দিয়া চৰ্ত অনুসৰি বিদ্যালয় বন্ধ হৈ যোৱাটো একপ্ৰকাৰে নিশ্চিত বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে । কেৱল নিযুক্তি দিয়াই নহয় বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে দাবী জনাই চিপিআই এম এলৰ কৰ্মীসকলে ।

লগতে পঢ়ক:আমগুৰি লাহদৈগড় মিচিং গাঁৱৰ পৰা আলি আঃয়ে লৃগাং উদযাপনৰ দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.