ETV Bharat / state

মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

author img

By

Published : Nov 18, 2020, 10:25 AM IST

মঙলবাৰে খোৱাং মাধকলি আৰু খোৱাং ব্লক গাৱঁৰ দুই শতাধিক সংখ্যালঘু আৰু চাহ জনজাতিৰ লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। যোগদান অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে দলীয় বহু কেইজন জ্যেষ্ঠ কৰ্মী উপস্থিত আছিল ।

Congress member joined BJP at Moran
মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

মৰাণ,18 নৱেম্বৰঃ কেইটামান মাহৰ পাছতে অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ৰাজ্যৰ প্ৰতিটো সমষ্টিতে আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ ৰাজনৈতিক তৎপৰতা। পিছ পৰি ৰোৱা নাই ১১৫ নং মৰাণ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলসমূহ । মৰাণত শাসক দল বিজেপিয়ে অধিক তৎপৰতাৰে আৰম্ভ কৰিছে দলীয় কাম কাজ । মৰাণত নতুন আঞ্চলিক দল সমূহে নিজৰ দলীয় কাম কাজ কিছু কৰিছে যদিও ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে কংগ্ৰেছ দল । মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে । প্ৰতিদিনে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত ।

Congress member joined BJP at Moran
মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

মঙলবাৰে খোৱাং মাধকলি আৰু খোৱাং ব্লক গাৱঁৰ দুই শতাধিক সংখ্যালঘু আৰু চাহ জনজাতিৰ লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। যোগদান অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে দলীয় বহু কেইজন জ্যেষ্ঠ কৰ্মী উপস্থিত আছিল । বিগত ১৫ বছৰ মৰাণত কংগ্ৰেছ দলৰ বিধায়ক থকাৰ পাছতো এতিয়া ক্ৰমাৎ মৰাণত অস্তিত্বহীন হৈ পৰিছে কংগ্ৰেছ দল ।

লগতে পঢ়কঃ অগপলৈ যাব নেকি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.