মৰাণ,11 মাৰ্চ: ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে এতিয়া শাসক-বিৰোধী সকলো দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । বৃহস্পতিবাৰে নাহৰকটীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে নামছাঙৰ ফ্ৰী লেন শিৱ মন্দিৰত সেৱা জনায় ৷
![Congress and AGP members joined in BJP at Naharkatia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8021-congressandagpmembersjoinedinbjpatnaharkatia-as10031_11032021144148_1103f_1615453908_853.jpg)
ইয়াৰ পাচতে অসম-অৰুণাচল সীমান্তৰ দিহিং-পাটকাই সমীপৰ নামছাঙ বাগানত দলীয় কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় তৰংগ গগৈয়ে । উক্ত সভাতে শতাধিক কংগ্ৰেছ আৰু অগপৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷
![Congress and AGP members joined in BJP at Naharkatia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8021-congressandagpmembersjoinedinbjpatnaharkatia-as10031_11032021144148_1103f_1615453908_454.jpg)
লগতে পঢ়ক: গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ