ETV Bharat / state

টিংখাঙত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 7:15 PM IST

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা । টিংখাঙৰ ৰাজগড়স্থিত কৰমা ভৱনৰ পৰা চক্ৰ বিষয়া কাৰ্যালয়লৈ সমদল কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছক প্ৰতিবাদকাৰী সকলে ।

টিংখাংত কংগ্ৰেছৰ প্ৰতিবাদ
টিংখাংত কংগ্ৰেছৰ প্ৰতিবাদ

টিংখাং, 3 জুলাইঃ মূল্য-বৃদ্ধি, অসম চৰকাৰ নতুন ভূমি নীতি ইত্যাদি বিষয়ক লৈ কংগ্ৰেছে টিংখাঙত সাব্য়স্ত কৰে প্ৰতিবাদ কংগ্ৰেছ দলে । টিংখাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত টিংখাঙত কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা । টিংখাঙৰ ৰাজগড়স্থিত কৰমা ভৱনৰ পৰা চক্ৰ বিষয়া কাৰ্যালয়লৈ সমদল কৰি চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছক প্ৰতিবাদ কৰী সকলে ।

অসম চৰকাৰৰ কেবিনেটে কৃষি ভূমিক অনুমতি অবিহনে উদ্যোগৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি কয় প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাই কয় যে, এই সিদ্ধান্ত অসম চৰকাৰৰ বাবে অত্যন্ত দুৰ্ভাগ্য়জনক । অসম খিলঞ্জীয়া জনগণৰ ভেটি উচন কৰিবলৈহে চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

টিংখাঙত কংগ্ৰেছৰ প্ৰতিবাদ

ইপিনে টিংখাঙৰ বিধায়ক বিমল বড়াক কৰ'ণা সংকটৰ সময়ত গুৱাহাটীৰ পৰা অহা যোৱা কৰি থকাৰ লগতে কোৱাৰেণ্টাইন নহৈ গাঁৱে গাঁৱে সভা-সমিতিত অংশগ্ৰহণ কৰাকললৈ এটোৱা মুণ্ডাই সমালোচনা কৰে আৰু কিয় কোৱাৰেণ্টাইন হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে, বিগত কিছুদিনত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণ । গণ সক্ৰমণ হোৱা বাবে ইতিমধ্যে গুৱাহাটীত পুনৰ পূৰ্ণ প্ৰৰ্যায়ৰ লক ডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.