ETV Bharat / state

ডিব্ৰুগড়ৰ শিশুগৃহত মুখ্যমন্ত্ৰীঃ শিশুৰ মুখেৰে গীত শুনি আত্মবিভোৰ সোণোৱাল

author img

By

Published : May 14, 2019, 2:47 AM IST

ডিব্ৰুগড়ৰ চৌকিডিঙী উদয়পুৰত থকা প্ৰেৰণা শিশু গৃহত এজাক কণমানিৰ সৈতে সময় অতিবাহিত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শিশু সকলৰ সৈতে কেক কটাৰ লগতে তেওঁলোকৰ মুখেৰে দেহ বিচাৰ গীত শুনি আত্মবিভোৰ হৈ পৰিল মুখ্যমন্ত্ৰী গৰাকী ৷

ডিব্ৰুগড়ৰ শিশুগৃহত মুখ্যমন্ত্ৰীঃ শিশুৰ মুখেৰে গীত শুনি আত্মবিভোৰ সোণোৱাল

ডিব্ৰুগড়ৰ চৌকিডিঙী উদয়পুৰত থকা প্ৰেৰণা শিশু গৃহত এজাক কণমানিৰ সৈতে সময় অতিবাহিত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শিশু সকলৰ সৈতে কেক কটাৰ লগতে তেওঁলোকৰ মুখেৰে দেহ বিচাৰ গীত শুনি আত্মবিভোৰ হৈ পৰিল মুখ্যমন্ত্ৰী গৰাকী ৷

শিশু গৃহটোত উপস্থিত হৈ শিশু গৃহৰ বিভিন্ন সুবিধা-অসুবিধাৰ বুজ লোৱাৰ লগতে দেশৰ ভৱিষ্যৎ নিৰ্মাণ কৰাৰ বাবে শিশুসকলক সু-নাগৰিক ৰূপে গঢ়ি তোলাৰ অৰ্থে চৰকাৰৰ কৰণীয় খিনি কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে গৃহটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে শিশু সকলৰ মাজত সামান্য উপহাৰো বিতৰণ কৰে ।

আনহাতে বিভিন্ন অসুবিধাৰ মাজেৰেও শিশু গৃহত থকা 47 টি শিশুক বিভিন্ন জনৰ সহযোগিতাত পৰিচালনা কৰি আহিছে গৃহটোৰ পৰিচালক জোৎস্না সোণোৱালে ৷ এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ পৰা বিশেষ সুবিধা লাভ কৰা নাই যদিও চৰকাৰে শিশু সকলৰ বাবে ভৱিষ্যতৰ দিনত সহযোগিতা কৰাৰ বাবে আগবাঢ়ি আহিব বুলি আশা কৰে পৰিচালকগৰাকীয়ে ।

As_Dib_13may_CM_at_child_home_jesim

3visul on ftp with tow byte

:ডিব্ৰুগড়ৰ প্ৰেৰণা শিশু গৃহত মুখ্যমন্ত্ৰী সোনোৱাল।শিশু গৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কতালে শিশু সকলৰ সৈতে।শিশু সকলৰ সতে কেক কটাৰ লগতে শিশু সকলৰ মুখেৰে দেহ বিচাৰ গীত শুনি আত্মবিভোৰ হোৱাৰ লগতে তেওঁলোকৰ প্ৰতিভাৰ শলাগ লয়।ডিব্ৰুগড়ৰ চৌকিডিঙী উদয়পুৰত থকা প্ৰেৰণা শিশু গৃহত উপস্থিত হৈ শিশু গৃহৰ বিভিন্ন সুবিধা-অসুবিধা বুজ লৈ দেশৰ ভৱিষ্যত শিশু সকলক দেশৰ ভৱিষ্যত নিৰ্মাণ কৰাৰ বাবে সু-নাগৰিক ৰূপে গঢ়ি তোলাৰ অৰ্থে চৰকাৰৰ কৰণীয় খিনি কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।লগতে গৃহটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আস্বাষ দিয়ে।মুখ্যমন্ত্ৰীয়ে শিশু সকলক সামান্য উপহাৰ বিতৰণ কৰে।
Byte:-মুখ্যমন্ত্ৰী।
আনহাতে বিভিন্ন অসুবিধাৰ মাজেৰেও শিশু গৃহত থকা 47 টি শিশুক বিভিন্ন জনৰ সহযোগৰ জৰিয়তে পৰিচালনা কৰি আছে যদিও এই পয্যন্ত ৰাজ্য চৰকাৰৰ পৰা বিশেষ সুবিধা লাভ কৰা নাই যদিও চৰকাৰে শিশু সকলৰ বাবে ভৱিষ্যতৰ দিনত সহযোগিতা কৰাৰ বাবে আগবাঢ়ি আহিব বুলি আশা কৰে।
Byte: জ্যোৎস্না সোনোৱাল।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.