ETV Bharat / state

যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jun 21, 2020, 10:45 AM IST

যোগাসনত মুখ্যমন্ত্ৰী লগত অংশগ্ৰহণ কৰে বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাই ।

cm celebrate yoga day
ডিব্ৰুগড়ত যোগ দিৱস পালন মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়, 21 জুন : আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়স্থিত গৃহত যোগ দিৱস পালন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ মুখ্যমন্ত্ৰী সোনোৱালে আন্তৰাষ্ট্ৰীয় যোগবিদ জগদীশ ভড়ালীৰ তত্বাৱধানত অভ্যাস কৰে যোগাসনৰ ৷

ডিব্ৰুগড়ত যোগ দিৱস পালন মুখ্যমন্ত্ৰীৰ

যোগাসনত মুখ্যমন্ত্ৰী লগত অংশগ্ৰহণ কৰে বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাই । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই এইবাৰ সকলোৱে নিজ নিজে ঘৰতে থাকি পালন কৰে যোগাসন । মুখ্যমন্ত্ৰী গৰাকীয়ে যোগভ্যাসৰ জৰিয়তে সকলোকে শাৰীৰিকভাবে সুস্থ থাকিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস : দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.