ETV Bharat / state

ডিব্ৰুগড়ত কৰ'ণাত আক্ৰান্ত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

author img

By

Published : Feb 10, 2021, 12:22 PM IST

Updated : Feb 10, 2021, 5:32 PM IST

ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ ত্ৰাস ৷ এইবাৰ ডিব্ৰুগড়ত এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷

class-1-student-covid-positive-in-salt-brook
ডিব্ৰুগড়ত কৰ'ণাত আক্ৰান্ত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

মৰাণ, 10 ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ ত্ৰাস ৷ এইবাৰ ডিব্ৰুগড়ত এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ ডিব্ৰুগড় জিলাৰ চল্ট ব্ৰুক স্কুলত কৰোৱা ৰেপিড টেষ্টত চিৰঞ্জিত সোণোৱাল নামৰ ছাত্ৰ জনৰ দেহত ধৰা পৰে ক‘ভিড 19ৰ অৱস্থিতি ৷ তদুপৰি ছাত্ৰ গৰাকীৰ পিতৃ-মাতৃৰ দেহতো ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।

ছাত্ৰজন কভিড পজিটিভ বুলি খবৰ বিয়পি পৰাত হুৱা দুৱা লাগে বিদ্যালয়খনত । ফলত বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীক কৰ‘ণাৰ পৰীক্ষা কৰোৱা হয় । সৌভাগ্যক্ৰমে বিদ্যালয়খনৰ বাকী ১১৩ গৰাকী ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰীৰ ৰেপিড টেষ্টৰ ফলাফল নিগেটিভ আহিছে ।

লগতে পঢ়ক: কাইলৈৰ পৰা বিধানসভাৰ অধিবেশনঃ দাখিল নহ'ব পূৰ্ণাংগ বাজেট

Last Updated : Feb 10, 2021, 5:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.