ETV Bharat / state

ব্ৰাউন ছুগাৰ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত 4 যুৱক - আৰক্ষীৰ তদন্ত অব্যাহত

ডিব্ৰুগড় পল্টন বজাৰৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ 4 যুৱক ৷ যুৱক কেইজন শ্বাহিল খান,নানু হাজৰিকা, অমিত ৰাউত আৰু হেমন্ত শইকীয়া

ড্ৰাগছ সহ গ্ৰেপ্তাৰ 4 যুৱক
author img

By

Published : Oct 11, 2019, 2:43 PM IST

  • ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • ডিব্ৰুগড় পল্টন বজাৰৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ 4 যুৱক
  • যুৱক কেইজন শ্বাহিল খান,নানু হাজৰিকা, অমিত ৰাউত আৰু হেমন্ত শইকীয়া
  • যুৱক কেইজনৰ পৰা 40 গ্ৰাম ব্ৰাউন চুগাৰ সহ ড্ৰাগছ বিক্ৰী কৰা সামগ্ৰী জব্দ
  • অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত

Intro:ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।চাৰি যুবকক ড্ৰাগছ সহ গ্ৰেপ্তাৰ।শ্বাহিল খান,নানু হাজৰিকা, অমিত ৰাউত আৰু হেমন্ত শইকীয়া নামৰ চাৰি যুবকক ডিব্ৰুগড় পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ। 40 গ্ৰাম ব্ৰাউন চুগাৰ সহ ড্ৰাগছ বিক্ৰী কৰা সামগ্ৰী জব্দ।অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.