ETV Bharat / state

ৰাইজৰ দলে ২১ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবঃ ভাস্কো ডি শইকীয়া

author img

By

Published : Jan 9, 2021, 6:11 PM IST

ৰাজ্যৰ সকলো জিলা প্ৰতিনিধিৰ সৰ্বসন্মতি ক্ৰমে অখিল গগৈক দলটোৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে দলটোৱে । একেদৰে দলটো গঠন হোৱাৰ পৰাই মুখ্য আহ্বায়কৰ দায়িত্বত থকা ভাস্কো ডি শইকীয়াক ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি দায়িত্ব প্ৰদান কৰে ।

ৰাইজৰ দলে ২১ৰ নিৰ্বাচনত বিজেপিক শক্তিশালী ভাবে প্ৰত্যাহ্বান জনাবঃ ভাস্কো ডি শইকীয়া

মৰাণ,9 জানুৱাৰীঃ মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথম খন অভিৱৰ্তনত গঠন হ'ল ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি । কাৰাগাৰৰ পৰাই দলটোক নেতৃত্ব দিব অখিল গগৈয়ে । ৰাজ্যৰ সকলো জিলা প্ৰতিনিধিৰ সৰ্বসন্মতি ক্ৰমে অখিল গগৈক দলটোৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে দলটোৱে। একেদৰে দলটো গঠন হোৱাৰ পৰাই মুখ্য আহ্বায়কৰ দায়িত্বত থকা ভাস্কো ডি শইকীয়াক ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি দায়িত্ব প্ৰদান কৰে ।

ইপিনে নতুন ৰাজনৈতিক দলটোৰ দায়িত্ব লাভ কৰিযে ভাস্কো ডি শইকীয়াই দৃঢ়তাৰে কয়,'ৰাইজৰ দলে ২১ৰ নিৰ্বাচনত বিজেপিক শক্তিশালী ভাবে প্ৰত্যাহ্বান জনাব । অভিৱৰ্তনত ৰাইজৰ সমাগমেই প্ৰমাণ কৰি দিলে ৰাইজৰ দলক লৈ ৰাইজে কিমান আশা কৰে। ২১ত আঞ্চলিক শক্তি চৰকাৰ গঠন হ'ব । লগতে নেতা জনে কয়,বিজেপিৰ আইটি চেলে ৰাইজৰ দলৰ অভিৱৰ্তনত মানুহ হোৱা নাই বুলি মিছা প্ৰচাৰ কৰিছে । বিজেপি,কংগ্ৰেছ,আৰু AIUDFক প্ৰতিহত কৰিবলৈ আঞ্চলিক শক্তি সমূহ একগোট হোৱাটো সময়ৰ আহ্বান বুলি কয় ভাস্কো ডি শইকীয়াই ।

লগতে পঢ়কঃ জনীয়াত প্ৰায় দহ সহস্ৰাধিক এআইইউডিএফ সদস্যই যোগ দিব এজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.