ETV Bharat / state

নাহৰকটীয়াৰ নামফাকেত অনিৰ্দিষ্ট কাললৈ বন্ধ বনভোজস্থলী - CAAৰ বিৰুদ্ধাচৰণ

বুঢ়ীদিহিং নৈৰ পাৰৰ অতিকৈ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত নামফাকে ৷ কিন্তু CAA বাতিলৰ দাবীৰে বনভোজস্থলী বন্ধৰ পদক্ষেপ নামফাকে বাসীৰ ৷

নাহৰকটীয়াৰ নামফাকে
নাহৰকটীয়াৰ নামফাকে
author img

By

Published : Dec 29, 2019, 3:30 AM IST

নাহৰকটীয়া, 28 ডিচেম্বৰ: অনিৰ্দিষ্ট কাললৈ বনভোজস্থলীত বন্ধৰ বেনাৰ ওলমালে নাহৰকটীয়াৰ নামফাকে গাঁৱত ৷ CAA বাতিলৰ দাবীৰে এই পদক্ষেপ গ্ৰহণ নামফাকে বাসীৰ ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ বনভোজস্থলী

উল্লেখ্য যে, বুঢ়ীদিহিং নৈৰ পাৰৰ অতিকৈ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত, বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ এই গাঁও খনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে বনভোজ খাবলৈ অহাৰ ওপৰিও, দেশ-বিদেশৰ পৰ্যটকৰো আগমণ ঘটে ৷ কিন্তু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামফাকে বাসীয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গাঁওখনৰ বৌদ্ধ বিহাৰৰ ভান্তে জ্ঞানপাল মাহাথেৰৰ আহ্বান যে, অসমৰ এই সংকট কালত এই স্থানলৈ পিকনিক খাবলৈ অহাৰ পৰিৱৰ্তে সকলোৱে যেন CAAৰ বিৰুদ্ধাচৰণ কৰে ৷

লগতে পঢ়ক: দেশত চলি থকা তীব্ৰ প্ৰতিবাদক আওকাণ বিজেপিৰঃ সীতাৰাম য়েছুৰী

Intro:ঐতিহ্যমণ্ডিত নামফাকে গাওঁৰ দিহিং পাৰত নিষিদ্ধ কৰা হল বনভোজঃ
২০১৯ অসমীয়াৰ বাবে কলা বৰ্ষ আখ্যাঃ

নাহৰকটীয়াৰ নামফাকে গাওঁত নিষিদ্ধ কৰা হল বনভোজ যাত্ৰী৷ অৰ্নিদিষ্ট কালৰ বাবে বনভোজস্থলী বন্ধৰ বেনাৰ ওলমালে৷ কাৰ বিৰুদ্ধে প্ৰতিবাদ হিছাপে এই সিদ্ধান্ত নামফাকে গাওঁবাসীৰ৷ উল্লেখ্য যে বুঢ়ীদিহিংৰ পাৰৰ অতিকে নান্দনিক পৰিবেশৰ মাজত অৱস্থিত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এই গাওখনত এই বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে পিকনিক খাবলৈ ভিৰ কৰাৰ ওপৰিও দেশ বিদেশৰ পৰ্যতকো আহে গাওঁখনলৈ৷ কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবেই গাওঁবাসীয়ে লৈছে এই কঠোৰ সিদ্ধান্ত৷ ভান্তে জ্ঞান পাল মাহাথেৰৰ আহ্বান জাতি মাটি ভাষা সংস্কৃতিৰ সংকটৰ সময়ত অসম বাসীয়ে ফুৰ্টি কৰি পিকনিক খোৱাৰ পৰা বিৰত থাকক৷ নিজৰ ভাষা সংস্কৃতিৰ বাবে মানুহ শ্বহীদ হৈছে বহু লোকে মাৰ খাইছে এই সময় ফুৰ্টি কৰাৰ সময় নহয়৷

Byte: ভান্তে, নামফাকে বৌদ্ধ বিহাৰ
Byte: গাওবাসীBody:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.