ETV Bharat / state

আট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা

author img

By

Published : Mar 16, 2021, 2:22 PM IST

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশেষ সজাগতা সভা । বাগিছা বাগিছাই আট্ছাই আৰম্ভ কৰিছে বিজেপিৰ বিৰুদ্ধে সজাগতা সভা ।

আট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা
আট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা

মৰাণ,১৬ মাৰ্চ: ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । সমষ্টিয়ে সমষ্টিয়ে শাসক বিৰোধী সকলো ৰাজনৈতিক দলে প্ৰচাৰ তৎপৰ কৰি তোলাৰ সমান্তৰালভাৱে মৰাণৰ বাগিচাই বাগিচাই আৰম্ভ হৈছে বিজেপি বিৰোধী সজাগতা সভা । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা এই সজাগতামূলক প্ৰতিবাদী সভাত বাগিচাৰ শ্ৰমিক সকলে পুনৰ এক গোট হোৱা পৰিলক্ষিত হৈছে ।

আট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা

বিজেপিৰ চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভিত হৈছে চাহ শ্ৰমিকসকল । সেয়ে আহি থকা নিৰ্বাচনত বিজেপিক তাৰ উত্তৰ দিয়াৰ বাবেই এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি আট্ছাৰ নেতৃত্বই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:কলিয়াবৰত অকলশৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.