ETV Bharat / state

Covid vaccination for teens starts today: দুলীয়াজানত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - vaccination drive for teens in Dibrugarh

দুলীয়াজানত শুভাৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for teens starts today)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে এই কাৰ্যসূচীৰ ৷

কিশোৰ-কিশোৰীৰ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ

author img

By

Published : Jan 3, 2022, 4:27 PM IST

মৰাণ, 3 জানুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানত শুভাৰম্ভ কৰিলে ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Himanta Biswa Sarma launches vaccination drive for teens) । বহু অপেক্ষাৰ অন্তত সোমবাৰৰ পৰা মুকলি কৰা হয় ১৫ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড ভেকচিনেশ্যন প্ৰক্ৰিয়া (Covid vaccination for teens starts today) ।

কিশোৰ-কিশোৰীৰ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ

দুলীয়াজানৰ অইল হায়াৰ চেকেণ্ডেৰী স্কুলত মুখ্যমন্ত্ৰী শৰ্মাই শুভ উদ্ধোধন কৰে এই কাৰ্যসূচীৰ । আগন্তুক 45 দিনৰ ভিতৰত ১৫ পৰা ১৮ বছৰৰ সকলো কিশোৰ-কিশোৰীক ভেকচিন দিয়াৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তেৰচ গোৱালাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল ।

লগতে পঢ়ক: ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.