ETV Bharat / state

ডিব্ৰুগড়ত বন্ধৰ প্ৰভাত সৰ্বাত্মক,ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

author img

By

Published : Sep 6, 2019, 7:57 PM IST

শুকুৰবাৰৰ বন্ধত ব্যাহত হৈ পৰে ডিব্ৰুগড় চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা । ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ইপিনে বন্ধৰ সমৰ্থকে যাত্ৰীবাহী বাহন আবদ্ধ কৰাৰ ওপৰি আৰক্ষীৰ সন্মুখতে খুলি থোৱা দোকান পোহাৰৰ গৰাকীক ধমক দি বন্ধ কৰাৰ দাবী কৰে ।

ডিব্ৰুগড়ত বন্ধৰ প্ৰভাত সৰ্বাত্মক,ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

ডিব্ৰুগড়, 6ছেপ্টেম্বৰঃ এন আৰ চিৰ 2019 বাতিল কৰি, 1951 ক ভিত্তিবৰ্ষ কৰি নতুন এন আৰ চি প্ৰস্তুত আৰু শৰণাৰ্থী হিন্দুসকলক নাগৰিকত্ব সু-নিশ্চিত কৰাৰ দাবীত শুকুৰবাৰে ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰদেশে বন্ধ ঘোষণা কৰিছিল ৷ যাৰ ফলত শুকুৰবাৰে ডিব্ৰুগড়ত পুৱাৰে পৰা বন্ধৰ প্ৰভাৱ দেখা যায় । লগতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ইপিনে বন্ধৰ সমৰ্থকে যাত্ৰীবাহী বাহন আবদ্ধ কৰাৰ ওপৰিও আৰক্ষীৰ সন্মুখতে খুলি থোৱা দোকান পোহাৰৰ গৰাকীক ধমক দি বন্ধ কৰাৰ দাবী কৰে ।

ডিব্ৰুগড়ত বন্ধৰ প্ৰভাত সৰ্বাত্মক,ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

আনহাতে 6 ছেপ্টেম্বৰ শুকুৰবাৰে মুক্তি লাভ কৰা বহু প্ৰত্যাশিত জুবিনৰ কাঞ্চনজংঘাৰ দৰ্শনীও বন্ধ কৰাৰ চেষ্টা কৰে হিন্দু সংগঠনকেইটাৰ সমৰ্থকে । লগতে ডিব্ৰুগড় চৌহাম ছপিং মলৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বন্ধ সমৰ্থকে । অৱশ্যে পাছত আৰক্ষীয়ে আটক কৰে এই ঘটনাৰ জড়িত বন্ধ সমৰ্থকসকলক । মুঠৰ ওপৰত শুকুৰবাৰৰ বন্ধত ব্যাহত হৈ পৰে চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰা ।

Intro::এন আৰ চিৰ 2019 বাতিল কৰি, 1951ক ভিত্তিবৰ্ষ কৰি নতুন এন আৰ চি প্ৰস্তুত আৰু শৰণাৰ্থী হিন্দুসকলৰ নাগৰিকত্ব সু নিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰদেশে বন্ধ ঘোষণা কৰা বুলি ঠায়ে ঠায়ে পষ্টাৰ আৰু জনমানসত এক বাৰ্তা বিয়পি পৰাৰ পাছতে ডিব্ৰুগড়ত আজি পুৱাৰ পৰা বন্ধৰ প্ৰভাৱ দেখা যায় ।ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা।বন্ধৰ সমৰ্থকে সৃষ্টি কৰিলে উত্তাপ পৰিস্থিতি।খুলি থোৱা দোকান পোহাৰৰ গৰাকীক আৰক্ষীৰ সন্মূখতে ধমকি দি বন্ধ কৰিবলৈ জনাই দাবী,আবদ্ধ কৰে যাত্ৰীবাহি বাহন।
লক্ষণীয়ভাবে জুবিনৰ কাঞ্চনজঙ্ঘাৰ দৰ্শনীও বন্ধ কৰিবলৈ চেষ্টা কৰে হিন্দু সংগঠনকেইটাৰ সমৰ্থকে।ডিব্ৰুগড় চৌহাম ছপিং মলত থকা ফান চিনেমাত আজি কাঞ্চনজঙ্ঘাৰ দৰ্শনী।ইয়াকে লৈ মলটোৰ সন্মুখত সৃষ্টি কৰে বন্ধ সমৰ্থকে উত্তাপ পৰিস্থিতি।পাছত আৰক্ষীয়ে আটক কৰে এই ঘটনাৰ জড়িত বন্ধ সমৰ্থকক।

ইফালে ব্যাহত হৈ পৰে চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰা।
প্ৰায় বন্ধ হৈ পৰে
অধিকাংশ দোকান পোহাৰ, বেচৰকাৰী কাৰ্যালয়,অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান।বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যান বাহনৰ চলাচল বন্ধৰ ফলত উপস্থিতি সেৰেঙা হৈ পৰে।দুই এক শিক্ষানুষ্ঠান বন্ধও হৈ পৰে।বিক্ষিপ্ত ঘটনাক লৈ ঠায়ে ঠায়ে আৰক্ষী, সেনা চি আৰ পি এফ মোতায়েন।আৰক্ষীয়ে আটক কৰে কিছু বন্ধ সমৰ্থকক।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.