- AMCH ত অঘটন (Suicide case)
- AMCHৰ সহযোগী অধ্যাপক ডাঃ উৎপল দত্তৰ আত্মহত্যা (AMCH Professor committed suicide)
- এনাস্থেছিয়া বিভাগৰ সহযোগী অধ্যাপক আছিল ডাঃ উৎপল দত্ত (Dr Utpal Dutta committed suicide in Dibrugarh)
- মিলন নগৰৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপৰ ঘৰত আত্মহত্যা কৰে চিকিৎসকগৰাকীয়ে
- বৰ্তমানলৈকে জানিব পৰা হোৱা নাই চিকিৎসকগৰাকীৰ আত্মহত্যাৰ কাৰণ