ETV Bharat / state

অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

author img

By

Published : Dec 7, 2019, 11:00 AM IST

সংবাদ মেলত সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়াই শাসক দল বিজেপিক মিছলীয়া আৰু প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাতিদ্ৰোহী,অতুল বৰাই মন্ত্ৰীত্বৰ লোভত অসমৰ ৰাইজক লৈ বেপাৰ কৰিছে বুলি মন্তব্য কৰে ৷

ডিব্ৰুগড়
অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

ডিব্ৰুগড়, 7 ডিচেম্বৰঃ ৰাজ্যজুৰি দল মত নিৰ্বিশেষে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ পাচতে ৪ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেটত কেব অনুমোদন জনোৱাৰ পাছত সমগ্ৰ অসমৰ সমান্তৰালভাৱে মৰাণত জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলে ।

শুকুৰবাৰে আহোম জাতীয় গণমঞ্চ অসমে জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে মৰাণত এক সংবাদমেল আয়োজন কৰি শাসক দল বিজেপিৰ লগতে অসম গণ পৰিষদৰ মন্ত্ৰী কেইজনক তীব্ৰ সমালোচনা কৰে ।

সংবাদ মেলত সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়াই শাসক দল বিজেপিক মিছলীয়া আৰু প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাতি দ্ৰোহী ,অতুল বৰাই মন্ত্ৰীত্বৰ লোভত অসমৰ ৰাইজক লৈ বেপাৰ কৰিছে বুলি মন্তব্য কৰে ।

লগতে নেতা গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবৰ বিৰোধিতা কৰি প্ৰকৃত অসমীয়া হিচাপে সাহস দেখুৱালৈ আহ্বান জনায় । নহ'লে অসমীয়া ৰাইজে তেওঁক কেতিয়াও ক্ষমা নকৰিব বুলি কয়। সংগঠনটোৱে অসমৰ ৰাইজক একগোট হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে বিজেপি দলৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আহ্বান জনায়। বিজেপি দলৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ ঘৰ ঘেৰাও কৰি বিধেয়কখনৰ বিৰুদ্ধে আহোম জাতীয় গণমঞ্চই তীব্ৰ প্ৰতিবাদ কৰিব বুলি দলটোৰ বিষয়ববীয়াসকলে ঘোষণা কৰে । সংবাদ মেলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহ মন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি হাতত লৈ মৰাণ চহৰত পদ যাত্ৰা কৰি মৰাণ আৰক্ষী চকীৰ কাষৰ তিনিআলিত এই প্ৰতিকৃতি দাহ কৰে। তাৰোপৰি শুকুৰবাৰে সন্ধিয়া মৰাণ সমষ্টিৰ উন্নয়ন সমিতিৰ উদ্যোগত বিধেয়কখনৰ বিৰুদ্ধে জোঁৰ সমদল বাহিৰ কৰে।

লগতে পঢ়কঃ টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইড নোট উদ্ধাৰ

Intro:

ৰাজ্যজুৰি দল মত নিৰ্বিশেষে জাতিধ্বংসী বিধেয়ক কেবৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে যোৱা ৪ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেটত "কেব"ক অনুমোদন জনোৱাৰ পাছত সমগ্ৰ অসমৰ সমান্তৰালভাৱে মৰাণত ৰাইজৰ সহযোগত প্ৰতিটো জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিছে । আজি আহোম জাতীয় গণমঞ্চ অসমে জাতিধ্বংসী বিধেয়ক কেবৰ বিৰোধিতাৰে মৰাণত এক সংবাদ মেল আয়োজন কৰি শাসক দল বিজেপিৰ লগতে নিজকে আঞ্চলিক ৰাজনীতিৰ নেতা বুলি পৰিচয় দিয়া অসম গণ পৰিষদৰ মন্ত্ৰী কেইজনক তীব্ৰ সমালোচনা কৰে । আহোম জাতীয় গণমঞ্চ অসমৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া, সম্পাদক লোহিত বৰুৱা , শিক্ষা সম্পাদক পবিত্ৰ গগৈ, কেন্দ্ৰীয় সহকাৰী সম্পাদক অকন ভূঞাৰ উপস্থিতিত আয়োজিত সংবাদ মেলত সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়াই শাসক দল বিজেপিক মিছলীয়া আৰু প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাতি দ্ৰোহী ,অতুল বৰাই মন্ত্ৰীত্বৰ লোভত অসমৰ ৰাইজক লৈ বেপাৰ কৰিছে বুলি কয় । লগতে নেতা গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেব বিৰোধিতা কৰি প্ৰকৃত অসমীয়া হিচাপে সাহস দেখুৱালৈ আহ্বান জনায় । নহ'লে অসমীয়া ৰাইজে তেওঁক কেতিয়াও ক্ষমা নকৰিব বুলি কয় । লগতে সংবাদ মেলতে সংগঠনটোৱে অসমৰ ৰাইজক একগোট হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে বিজেপি দলৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আহ্বান জনায় । বিজেপি দলৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ ঘৰ ঘেৰাও কৰি এই জাতি ধংসকাৰি বিধেয়কৰ বিৰুদ্ধে আহোম জাতীয় গণমঞ্চই তীব্ৰ প্ৰতিবাদ কৰিব বুলি দলটোৰ বিষয়ববীয়া সকলে ঘোষণা কৰে । সংবাদ মেলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , গৃহ মন্ত্ৰী অমিত শ্বাহ ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি হাতত লৈ মৰাণ চহৰত এক পদ যাত্ৰা কৰি মৰাণ আৰক্ষী চকীৰ কাষৰ তিনিআলিত এই প্ৰতিমূৰ্তি দাহ কৰে । ইপিনে আজি সন্ধিয়া মৰাণ সমষ্টিৰ উন্নয়ন সমিতিৰ উদ্যোগত জাতিধ্বংসী বিধেয়ক কেবৰ বিৰুদ্ধে তিলৈত এক জোঁৰ সমদল বাহিৰ কৰা হয় । মুঠৰ ওপৰত জাতিধ্বংসী বিধেয়ক কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাইজ কিন্তু ৰাইজৰ দাবীয়ে একালৰ জাতীয় নায়কৰ গা লৰাব পাৰে নে নাই সেইয়া সময়েহে ক'ব|

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.