ETV Bharat / state

মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেশ্বন কৰিব আছুৱে

author img

By

Published : Jun 4, 2021, 6:12 PM IST

মৰাণ অঞ্চলটোক ক'ৰণামুক্ত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আৰু মৰাণ তৈলক্ষেত্ৰৰ সহযোগত মৰাণ চহৰৰ লগতে মৰাণৰ পথ, উপ-পথ সকলোতে চেনিটাইজেশ্বন কৰে ।

AASU will sanitize Moran town
মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেশ্বন কৰিব আছুৱে

মৰাণ, 4 জুন: ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ চহৰত ক'ভিড ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে । স্বাস্থ্য বিভাগে ক'ভিড নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিছে যদিও প্ৰতিদিনেই ক’ভিড ৰোগী সংখ্যা বৃদ্ধি পাই অহাত শংকিত হৈ পৰিছে মৰাণৰ ৰাইজ ।

মৰাণ অঞ্চলটোক ক'ৰণা মুক্ত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ তৈলক্ষেত্ৰৰ সহযোগত মৰাণ চহৰৰ লগতে মৰাণৰ পথ উপ-পথ সকলোতে চেনিটাইজেশ্বন কৰা হয় ৷

AASU will sanitize Moran town
মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেচন কৰিব আছুৱে

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা সমগ্ৰ মৰাণ অঞ্চলত সপ্তাহত দুটা দিন চেনিটাইজেশ্বন কৰাৰ বাবে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ক্ষেত্ৰত মৰাণ তৈলক্ষেত্ৰই সহযোগিতা কৰিব বুলি আছুৰ কৰ্মী সকলে জানিবলৈ দিছে । সকলো মৰাণবাসী ৰাইজক ক'ৰণাৰ বিৰূদ্ধে সজাগ আৰু সতৰ্ক হ'বৰ বাবেও মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই অনুৰোধ জনাইছে ।

লগতে পঢ়ক: নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত পিতা-পুত্ৰৰ মহামিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.