ETV Bharat / state

পূৰ্বতকৈ তীব্ৰতৰ হ'ব CAA বিৰোধী আন্দোলনঃ শংকৰজ্যোতি বৰুৱা

author img

By

Published : Nov 27, 2020, 7:41 PM IST

ডিব্ৰুগড় শ্বহীদ ন্যাসত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰে আছু নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷ বৰুৱাই কয়, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ স্তিমিত হোৱা নাই ৷ পুনৰ CAA বিৰোধী আন্দোলন ব্যাপক ৰূপত গঢ়ি তোলা হ’ব ৷

aasu general secretary sankarjyoti baruah visit dibrugarh
পূৰ্বতকৈ তীব্ৰতৰ হ'ব CAA বিৰোধী আন্দোলনঃ শংকৰজ্যোতি বৰুৱা

ডিব্ৰুগড়,27 নৱেম্বৰঃ দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ মতামতক আগ্ৰাহ্য কৰিছে ৷ ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ-সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হোৱা শংকৰজ্যোতি বৰুৱাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, ডিব্ৰুগড় শ্বহীদ ন্যাসত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰে আছু নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷ বৰুৱাই কয় জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ স্তিমিত হোৱা নাই ৷ পুনৰ CAA বিৰোধী আন্দোলন ব্যাপক ৰূপত গঢ়ি তোলা হ’ব ৷

শুকুৰবাৰে শংকৰজ্যোতি বৰুৱাক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত ডিব্ৰুগড় জিলা আছুৰ বিভিন্ন আঞ্চলিক, শাখা ছাত্ৰ সন্থা ,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ড়িব্ৰুগড় সাহিত্য সভা, আসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বেংগলি যুৱ ফেডাৰেশ্যন, গোৰ্খা ছাত্ৰ-সন্থা আদিকে ধৰি শতাধিক দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকি অভিন্দন জ্ঞাপন কৰে ৷

লগতে পঢ়কঃ গুজৰাটত অগ্নিকাণ্ডত নিহত 6 জন ক’ভিড ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.