ETV Bharat / state

মৰাণত পুনৰ ক'ৰণা আতংক

author img

By

Published : Mar 31, 2021, 9:31 PM IST

মৰাণত পুনৰ ক'ৰণা আতংকৰ সৃষ্টি হৈছে ৷ বুধবাৰে মৰাণত এগৰাকী মহিলাৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷

মৰাণত ক'ৰণাত পুনৰ ক'ৰণা আতংক
মৰাণত ক'ৰণাত পুনৰ ক'ৰণা আতংক

মৰাণ, 31 মাৰ্চ : মৰাণত পুনৰ ক'ৰণা আতংকৰ সৃষ্টি হৈছে ৷ বুধবাৰে মৰাণত এগৰাকী মহিলাৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷

ডিব্ৰুগড় জিলাৰ মৰাণৰ ২নং মিৰিহোলা নিবাসী গোপি গগৈৰ পত্নী জোন্টি গগৈৰ (৩৪) দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ বৰ্তমানে মৰাণৰ ৰাজ্যিক চিকিৎসালয়ে জোন্টি গগৈক ক'ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: বাক্যবাণ: হিমন্ত বিশ্ব শৰ্মা বনাম অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.