ETV Bharat / state

জটিল ৰোগেৰে জীৱন যুদ্ধত মৰাণৰ দুই শিশু - জটিল ৰোগত ভুগি থকা দুটি শিশু

মৰাণৰ দৰিদ্ৰ পৰিয়ালৰ দুটা শিশু ৷ HBE Beta Thalesemia নামৰ জটিল ৰোগত ভুগিছে এই শিশুদুটি ৷ যদি তেজ দিয়াত দুই এদিন পলম হয়, তেন্তে ক্ৰমান্বয়ে দুয়ো অসুস্থ হৈ পৰে ৷ প্ৰত্যেক মাহতেই তেজ দিব লগীয়া হয় শিশুদুটিক । তেজ দিয়াত দুই এদিন পলম হলে ক্ৰমান্বয়ে দুয়ো অসুস্থ হৈ পৰে ৷

জটিল ৰোগেৰে জীৱন যুদ্ধত মৰাণৰ দুই শিশু
জটিল ৰোগেৰে জীৱন যুদ্ধত মৰাণৰ দুই শিশু
author img

By

Published : Jan 21, 2021, 3:46 PM IST

Updated : Jan 21, 2021, 5:07 PM IST

মৰাণ,21 জানুৱাৰী: মৰাণৰ দুটা শিশুৰ কৰুণ কাহিনী ৷ এটা দৰিদ্ৰ পৰিয়ালৰ দুই সন্তানে ভুগিছে জটিল ৰোগত ৷ HBE Beta Thalesemia নামৰ এবিধ জটিল ৰোগত ভুগি থকা দুটি শিশুক প্ৰত্যেক মাহতেই তেজ দিব লগীয়া হয় । যদি তেজ দিয়াত দুই এদিন পলম হয়, তেন্তে ক্ৰমান্বয়ে দুয়ো অসুস্থ হৈ পৰে ৷

জটিল ৰোগেৰে জীৱন যুদ্ধত মৰাণৰ দুই শিশু

ডিব্ৰুগড়ৰ মৰাণ বিধানসভা সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ খোৱাং গাঁৱৰ পাইপ মিস্ত্ৰীৰ সহায়ক সনাতন হালদাৰৰ দুয়োটি সন্তানক এতিয়া প্ৰয়োজন মাঁথো উন্নত চিকিৎসাৰ । বৰ্তমান Bone marrow transplantation প্ৰয়োজন শিশু দুটিৰ ৷

জটিল ৰোগেৰে জীৱন যুদ্ধত মৰাণৰ দুই শিশু
জটিল ৰোগেৰে জীৱন যুদ্ধত মৰাণৰ দুই শিশু

উল্লেখ্য যে, এইয়া কেৱলমাত্ৰ চেন্নাইত সম্ভৱ হ'ব তথা ইয়াৰ বাবে প্ৰয়োজন হ'ব কমেও 30 লক্ষাধিক টকা ৷ ইপিনে এই জটিল ৰোগত ভুগি থকা 9 বছৰীয়া গৰিমাক আজিলৈকে 91 বাৰ আৰু 6 বছৰীয়া মৌছমক 25 বাৰ তেজ দিয়া হৈছে। সেয়েহে সন্তান দুটিক সুস্থ কৰি তুলাৰ ক্ষেত্ৰত সহায়ৰ হাত আগ বঢ়াবৰ বাবে স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোয়ে ৷

লগতে পঢ়ক : আজিৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

Last Updated : Jan 21, 2021, 5:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.