ETV Bharat / state

ডিব্ৰুগড়ত অৰ্ধশতাধিক ছাত্ৰনেতাৰ কংগ্ৰেছত যোগদান - 50 Students

লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝিৰ ৷

ডিব্ৰুগড়ত অৰ্ধশাতাধিক ছাত্ৰ সংগঠনৰ বিষয়-ববীয়া কংগ্ৰেছত যোগদান
author img

By

Published : Mar 23, 2019, 8:53 PM IST

ডিব্ৰুগড়,২৩ মাৰ্চঃ ডিব্ৰুগড়ত অৰ্ধশতাধিক ছাত্ৰ সংগঠনৰ বিষয়-ববীয়াৰ কংগ্ৰেছত যোগদান । প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পৃথ্বীমাঝিৰ উপস্থিতিত যোগদান কৰে ছাত্ৰ সংগঠনৰ বিষয়-ববীয়া সকলে ।

ডিব্ৰুগড়ত অৰ্ধশতাধিক ছাত্ৰনেতাৰ কংগ্ৰেছত যোগদান

বিজেপিৰ প্ৰতি মোহভংগ আৰু কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছত যোগদান কৰা সকলোকে আদৰণি জনায়পৃথ্বীমাঝিয়ে । অসমৰ ভাষা কৃষ্টি-সংস্কৃতিক ৰক্ষা কৰিবলৈ হ’লে কংগ্ৰেছক জয়লাভ কৰাব লাগিব বুলিওমন্তব্য মাঝিৰ । গণতন্ত্ৰক বিজেপিয়ে ধ্বংস কৰিছে বুলি অভিযোগ কৰি নিৰ্বাচনত আদৰ্শৰযুজঁ হ’ব বুলি কোৱাৰ লগতে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত বুলি মন্তব্য দিয়ে ।

A_Dib_Congress_joining_jesim

2 visual one ftp one byte on ftp

ডিব্ৰুগড়ত কংগ্ৰেছত যোগদান অৰ্ধশতাধিকৰ।কেইবাটাও ছাত্র সংগঠনৰ বিষয়-ববীয়া সহ অৰ্ধশতাধিক যোগদান কৰে।কংগ্ৰেছৰ এখন সভাত প্ৰাক্তন  মন্ত্ৰী পৃথিৱী মাঝিৰ উপস্থিতিত যোগদান কৰে কংগ্ৰেছত।বিজেপিৰ প্ৰতি মোহভংগ আৰু কংগ্ৰেছৰ নীতি-আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছত যোগদান কৰা সকলোকে আদৰণি জনাই প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝীয়ে কয় অসমৰ ভাষা কৃষ্টি-সংস্কৃতিক ৰক্ষা কৰিবলৈ হলে কংগ্ৰেছক জয়লাভ কৰাব লাগিব, সেইয়া জনসাধাৰণে উপলব্ধি কৰিছে বুলি কয়।গণতন্ত্ৰক বিজেপিয়ে ধ্বংস কৰিছে বুলি অভিযোগ কৰি নিৰ্বাচনত আৰ্দশৰ যুজঁ হব বুলি কৈ তেওঁ লোকৰ জয় নিশ্চিত বুলি কয়।

Byte : MAJHI

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.