ETV Bharat / state

বিলাসীপাৰাত বন্যাৰ্তৰ ঘাইপথ অৱৰোধ - flood relief

বান সাহাৰ্য্য নোপোৱাৰ অভিযোগত  বিলাসীপাৰাৰ সোণকোষত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বন্যাৰ্তই  সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

বিলাসীপাৰাত বন্যাৰ্তৰ ঘাইপথ অৱৰোধ
author img

By

Published : Jul 26, 2019, 8:20 AM IST

পশ্চিম বিলাসীপাৰা, 26 জুলাইঃ বিলাসীপাৰাৰ সোণকোষত বৃহস্পতিবাৰে বান সাহাৰ্য্য নোপোৱাৰ অভিযোগত বন্যাৰ্তই 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে স্থাপন কৰা অস্থায়ী শিৱিৰত বিগত 7 দিন ধৰি বসবাস কৰাৰ পাছতো বান পীড়িতক বান সাহাৰ্য্য প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ ঘটনাস্থলীত বিলাসীপাৰাৰ মহকুমাধিপতি উপস্থিত হৈ পৰ্যাপ্ত বান সাহাৰ্য্য প্ৰদানৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে অৱৰোধ প্ৰত্যাহাৰ কৰে ৷

Intro:A.I:- বিলাসীপাৰাত সোণকোষত বৃহস্পতিবাৰে বিয়লি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ |
বান সাহাৰ্য্য নোপোৱাৰ অভিযোগত বন্যাৰ্তই কৰে পথ অৱৰোধ |
ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে স্থাপন কৰা বান শিৱিৰবাসীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ |
বিগত ৭ দিন ধৰি অস্থায়ী শিৱিৰত থকা বান পীড়িতক বান সাহাৰ্য্য প্ৰদান নকৰাৰ অভিযোগ |
অৱৰোধস্থলীত উপস্থিত আৰক্ষী, চি আৰ পি এফৰ দল |
বিলাসীপাৰাৰ মহকুমাধিপতি হৈ উপস্থিত পৰ্য্যাপ্ত বান সাহাৰ্য্য প্ৰদানৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ প্ৰত্যাহাৰ |Body:দ্বিতীয় বাৰৰ বানৰ ভূটানৰ পৰা পানী আহি গৌৰাং নৈ উফঙি উঠি বিলাসীপাৰাৰ সংহাৰী ৰূপ লয় ফলত।বানপীড়িত ৰাইজে
৭ দিনৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় পথৰ দুয়ো কাষত পশুয়ালখাল,বৰকান্দা,বলকুৱামাৰী, আদিকে ধৰি প্ৰায় ৫ ,৭ খনৰ বান পীড়িত ৰাইজে কোনো ধৰনৰ খোৱা,বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
Conclusion:Bite :- বান পীড়িত ৰাইজ

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.