ধুবুৰী, 18 অক্টোবৰঃ একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰী আৰক্ষীৰ ৷ অসম বংগ সীমান্তৰ ছোটোগুাৰ পৰা প্ৰায় দহ কিলগ্ৰাম ওজনৰ বনৰৌ উদ্ধাৰ কৰাৰ পিছতে বিয়লি ধুবুৰী আৰক্ষীয়ে এটা NGO ৰ সহায়ত আগমনীৰ পাৱৰছৰাৰ পৰা উদ্ধাৰ কৰিলে প্ৰায় আঠ কিলোগ্ৰাম ওজনৰ আনটো বনৰৌ ৷ পাৱৰছৰাৰ আমিনুৰ ৰহমানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে এই বনৰৌটো ৷ আনহাতে ছোটোগুমাত মনিম আহমেদৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল আনটো বনৰৌ ৷ আৰক্ষীৰ খৱৰ অনুসৰি নিশা পাৱৰছৰাত দৰদাম চলিছিল বনৰৌটোৰ ৷ গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে উদ্ধাৰ কৰে বনৰৌটো ৷ উল্লেখ্য যে এসপ্তাহ পূৰ্বে গোলকগঞ্জ আৰক্ষীয়েও উদ্ধাৰ কৰিছিল আন এটা বনৰৌ ৷ এতিয়া ধুবুৰীত বনৰৌক লৈ বেহা চলাৰ উত্থাপিত হৈছে প্ৰশ্ন ৷ এই পৰ্যন্ত আৰক্ষীয়ে ইয়াৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰীত - আমিনুৰ ৰহমান
একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰী আৰক্ষীৰ ৷ এতিয়া ধুবুৰীত বনৰৌক লৈ বেহা চলাৰ অভিযোগ উত্থাপিত হৈছে ৷
ধুবুৰী, 18 অক্টোবৰঃ একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰী আৰক্ষীৰ ৷ অসম বংগ সীমান্তৰ ছোটোগুাৰ পৰা প্ৰায় দহ কিলগ্ৰাম ওজনৰ বনৰৌ উদ্ধাৰ কৰাৰ পিছতে বিয়লি ধুবুৰী আৰক্ষীয়ে এটা NGO ৰ সহায়ত আগমনীৰ পাৱৰছৰাৰ পৰা উদ্ধাৰ কৰিলে প্ৰায় আঠ কিলোগ্ৰাম ওজনৰ আনটো বনৰৌ ৷ পাৱৰছৰাৰ আমিনুৰ ৰহমানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে এই বনৰৌটো ৷ আনহাতে ছোটোগুমাত মনিম আহমেদৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল আনটো বনৰৌ ৷ আৰক্ষীৰ খৱৰ অনুসৰি নিশা পাৱৰছৰাত দৰদাম চলিছিল বনৰৌটোৰ ৷ গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে উদ্ধাৰ কৰে বনৰৌটো ৷ উল্লেখ্য যে এসপ্তাহ পূৰ্বে গোলকগঞ্জ আৰক্ষীয়েও উদ্ধাৰ কৰিছিল আন এটা বনৰৌ ৷ এতিয়া ধুবুৰীত বনৰৌক লৈ বেহা চলাৰ উত্থাপিত হৈছে প্ৰশ্ন ৷ এই পৰ্যন্ত আৰক্ষীয়ে ইয়াৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
GFX-
## বন ৰৌ উজান গোলকগঞ্জত ৷
## কুৰি দিনৰ ভিতৰত গোলকগঞ্জত উদ্ধাৰ তিনিটা কৈ বন ৰৌ ৷৷
## গোলকগঞ্জ ত বন ৰৌ কাৰবাৰকাৰী ৷৷
## গোলকগঞ্জৰ পৰা কলা বেপাৰীৰ হাতলৈ যায় বন ৰৌ ৷
## কলা বজাৰত এটাকৈ বন ৰৌৰ মূল্য দহ লাখৰো বেছি ৷৷
## চোৰাং বেপাৰীৰ গৃহৰ পৰা অন কেমেৰা উদ্ধাৰ বৃহত আকাৰৰ বন ৰৌ ৷৷Body:
গোলকগঞ্জত এটাৰ পিছত আনটো বন ৰৌ উদ্ধাৰ ৷ পূৱা অসম বংগ সীমান্তৰ ছোটোগুাৰ পৰা তলা ভাঙি প্ৰায় দহ কিলগ্ৰাম ওজনৰ বৃহত বন ৰৌ উদ্ধাৰ কৰাৰ পিছত বিয়লি ধুবুৰী আৰক্ষীয়ে আগমনীৰ পাৱৰছৰাৰ পৰা উদ্ধাৰ কৰিলে আনটো বন ৰৌ ৷ বিয়লি উদ্ধাৰ কৰা বন ৰৌ টোৰ ওজন প্ৰায় আঠ কিল গ্ৰাম
৷ পাৱৰছৰাৰ আমিনুৰ ৰহমানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে এই বন ৰৌ টো ৷ আৰক্ষীৰ খৱৰ অনুসৰি নিশা পাৱৰছৰাত দৰদাম চলিছিল বন ৰৌ টো ৷ কিন্তু আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে বন ৰৌ টো ৷ আনহাতে ছোটোগুমাত মনিম আহমেদৰ ঘৰৰ পৰা তলা ভাঙি উদ্ধাৰ কৰে দিনটোৰ প্ৰথমটো বন ৰৌ ৷ উল্লেখ্য যে এসপ্তাহ পূৰ্বে গোলকগঞ্জ আৰক্ষীয়েও উদ্ধাৰ কৰিছিল আন এটা বন ৰৌ ৷
BITE-(1) উদ্ধাৰ কাৰী,
Conclusion:- উল্লেখ্য যে যি দুজনৰ ঘৰৰ পৰা আৰক্ষী আৰু বন বিভাগে বন ৰৌ দুটা উদ্ধাৰ কৰিছে কোনো এজনকে কিন্তু গ্ৰেপ্তাৰ কৰিৱলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷