ETV Bharat / state

টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ

বিলাসীপাৰাৰ বগৰীবাৰীত এক শিহৰণকাৰী দৃশ্যই হাঁহিৰ খোৰাক যোগালে ৰাইজক ৷ আৰক্ষীৰ পৰা হাত সাৰিবলৈ অভিনৱ পন্থা গ্ৰহণ এজন চোৰৰ ৷ ম’বাইল টাৱাৰত উঠি প্ৰাণৰক্ষা কৰাৰ চেষ্টা চোৰজনৰ ৷

thief climbs into the tower and tries to save his life bilasipara Dhubri assam etv bharat news
টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ
author img

By

Published : Jun 16, 2020, 6:58 PM IST

পশ্চিম বিলাসীপাৰা,16 জুন: এটা ১২৫ ফুট উচ্চতাৰ ম’বাইল টাৱাৰ আৰু এজাক কৌতুহলী জনতা ৷ প্ৰাণৰক্ষাৰ নতুন উপায় চোৰৰ ৷ এই দৃশ্য বিলাসীপাৰাৰ বগৰীবাৰীৰ ৷ আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ অভিনৱ কৌশল গ্ৰহণ এজন চোৰৰ ৷ জিঅ’ টাৱাৰৰ শিখৰত উঠি আত্মৰক্ষাৰ চেষ্টা আনোৱাৰ হুছেইন নামৰ চোৰজনৰ ৷ মুকবধিৰ চোৰজনৰ কাৰ্যত হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি ৰাইজৰ মাজত ৷ ঘটনাস্থলীত উপস্থিত বগৰীবাৰী আৰক্ষীৰ লগতে মহকুমা প্ৰশাসন ৷ চোৰজনক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল অগ্নি নিৰ্বাপক বাহিনীৰ লগতে জৰুৰীকালীন বিভাগৰ কৰ্মচাৰী ৷ কেইবাটাও চুৰিকাণ্ডত জড়িত থকা চোৰজনৰ ঘৰ বগৰীবাৰীৰ শান্তি নগৰত ৷

টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ

লগতে চাওকঃ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.