ETV Bharat / state

গৌৰীপুৰত ধুমুহাৰ তাণ্ডৱ

ধুমুহাৰ ফলত জিলাখনৰ গৌৰীপুৰৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পাণবাৰী গাঁও পঞ্চায়তৰ বিদ্যালয় গৃহ, অংগনবাড়ী কেন্দ্ৰৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয় । আনহাতে ধুমুহাৰ সমান্তৰালভাৱে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কৃষকৰ শ শ বিঘা ইৰি ধানৰ খেতিও পানীৰ তলত বুৰ গৈছে ৷

storms in Gauripur
গৌৰীপুৰত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : May 26, 2020, 5:42 PM IST

ধুবুৰী, 26মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ ৷ সোমবাৰে নিশা হোৱা ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰকোপত ধুবুৰী জিলাত বিস্তৰ ক্ষতি সাধন হয় ৷ ধুমুহাৰ ফলত জিলাখনৰ গৌৰীপুৰৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পাণবাৰী গাঁও পঞ্চায়তৰ বিদ্যালয় গৃহ, অংগনবাড়ী কেন্দ্ৰৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয়।

আনহাতে ধুমুহাৰ সমান্তৰালভাৱে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কৃষকৰ শ শ বিঘা ইৰি ধানৰ খেতিও পানীৰ তলত বুৰ গৈছে ৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱৰ ৰাইজ ৷ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত এই সকল কৃষক ৰাইজৰ বাবে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াও লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃকৰ'ণাৰ বিৰুদ্ধে হৰিনামেৰে সজাগতা সৃষ্টি এটি কণমানি কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.