ETV Bharat / state

নতুন বৰ্ষত, নতুন পৰিকল্পনা দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ - deputy commissioner atika sultana

নতুন বৰ্ষত দক্ষিণ শালমাৰা জিলা প্ৰশাসনে ল'লে নতুন পৰিকল্পনা। দক্ষিণ শালমাৰা মানকাচাৰ জিলাক লৈ চলিত বৰ্ষত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰিছে জিলা প্ৰশাসনে। ৰাইজৰ লগতে বিভাগীয় আৰক্ষী বিষয়া জোৱানৰ সহযোগ বিচাৰিছে জিলাখনৰ আৰক্ষী অধীক্ষকে।

South Shalmara District Administration take new plan in new Year
দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ নতুন বৰ্ষৰ নতুন পৰিকল্পনা
author img

By

Published : Jan 2, 2020, 2:14 PM IST

ধুবুৰী, 2 জানুৱাৰী : নতুন বছৰত নতুন পৰিকল্পনা ল'লে দক্ষিণ শালমাৰা জিলা প্ৰশাসনে। নৱ বৰ্ষৰ শুভেচ্ছা জনালে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত আতিকা চুলতানাই ৷ লগতে জিলাখনৰ সমস্যাৰ সমাধানৰ পথ উলিয়াই মন্তব্য ব্যক্ত কৰে ৷ বিগত বৰ্ষৰ বানপানীত এক ভয়াৱহতাৰ সন্মুখীন হৈছিল দক্ষিণ শালমাৰা মানকাচাৰ জিলা প্ৰশাসন। বানপানীৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছিল। তাৰোপৰি বান গৰাখহনীয়াই বিশেষকৈ ভাৰত-বাংলা সীমান্তৰ বৃহৎ অংশ উটুৱাই নিয়াৰ ফলত দেশৰ নিৰাপত্তাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছিল। সেয়ে নতুন বছৰত বিভিন্ন চৰকাৰী আচঁনিৰে গৰাখহনীয়া প্ৰতিৰোধকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ পৰিকল্পনা কৰিছে জিলা উপায়ুক্ত আতিকা চুলতানাই ।

নতুন বৰ্ষত, নতুন পৰিকল্পনা দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ

২০১৯ বৰ্ষত আন কোনো সমস্যাৰ সন্মুখীন নহলেও বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল বুলি উল্লেখ কৰিলে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ আৰক্ষী অধীক্ষক কঙ্কণজ্যোতি শইকীয়াই । লগতে সকলো লৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই সকলো আৰক্ষী বিষয়া জোৱানৰ লগতে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰিলে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে। উল্লেখযোগ্য যে, উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা জিলাখনৰ মূল সমস্যা হৈছে গৰাখহনীয়া আৰু যাতায়ত ব্যৱস্থা। সেয়ে নতুন বছৰত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰি সৰ্বাংগীন উন্নয়নমূলক পৰিকল্পনা কৰিছে জিলা প্ৰশাসনে।

নতুন বৰ্ষত, নতুন পৰিকল্পনা দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ

আৰু পঢ়ক : প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

Intro: নতুন বছৰৰ পৰিকল্পনা দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ। ২০১৯ চনত ভয়াৱহ বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাখনৰ। যদিওঁ এইবেলিও ২০২০ চনত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ পৰিকল্পনা জিলা প্ৰশাসনৰ। ৰাইজৰ লগতে বিভাগীয় আৰক্ষী বিষয়া জোৱানৰ সহযোগ বিচাৰিছে জিলা আৰক্ষী অধীক্ষকে।

Body: বিদায় ললে ২০১৯ চন। ২০১৯ বৰ্ষত এক ভয়াৱহতাৰ সন্মুখীন হৈছিল দক্ষিণ শালমাৰা জিলা প্ৰশাসন। যোৱা বানপানীত এক ভয়াৱহতাৰ সন্মুখীন হৈছিল জিলা প্ৰশাসন। ২০১৯ বৰ্ষত তেনে কোনো সমস্যাৰ সৃষ্টি হোৱা নাই যদিওঁ ভয়াৱহ বানপানীৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছিল। তাৰোপৰি বান গৰাখহনীয়াই বিশেষকৈ ভাৰত বাংলা সীমান্তৰ বৃহৎ অংশ উটুৱাই নিয়াৰ ফলত দেশৰ নিৰাপত্তাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছিল।

যদিওঁ এইবেলি নতুন বছৰত জিলা প্ৰশাসনে বিভিন্ন চৰকাৰী আচঁনিৰে গৰাখহনীয়া প্ৰতিৰোধকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ পৰিকল্পনা কৰিছে জিলা উপায়ুক্ত আতিকা চুলতানাই।

Byte:- আতিকা চুলতানা, জিলা উপায়ুক্ত, দক্ষিণ শালমাৰা মানকাচৰ।

একেদৰে ২০১৯ বৰ্ষত আন কোনো সমস্যাৰ সন্মুখীন নহলেও বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল বুলি উল্লেখ কৰিলে জিলাখনৰ আৰক্ষী অধীক্ষক কঙ্কণজ্যোতি শইকীয়াই। লগতে সকলো লৈ ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা জনাই সকলো আৰক্ষী বিষয়া জোৱানৰ লগতে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰিলে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।

Byte:- কঙ্কণজ্যোতি শইকীয়া, জিলা আৰক্ষী অধীক্ষক, দক্ষিণ শালমাৰা মানকাচৰ জিলা।।

Conclusion:উল্লেখযোগ্য যে, উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা জিলাখনৰ মূল সমস্যা হৈছে গৰাখহনীয়া আৰু যাতায়ত ব্যৱস্থা। অৱশ্যে নতুন বছৰটোত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰি সৰ্বাংগীন উন্নয়নমূলক পৰিকল্পনা কৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.