ETV Bharat / state

ধুবুৰীত মিঠাই ব্যৱসায়ীক হত্যা

কেইজন মান ব্যক্তিয়ে তেওঁক জুৱা খেলিবলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ হত্যাকাৰীয়ে আতাব আলীৰ লগত থকা টকাখিনি কাঢ়ি নি হত্যা কৰি পলায়ন কৰে বুলি অভিযোগ কৰে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে।

author img

By

Published : Apr 24, 2019, 7:52 PM IST

ধুবুৰীত মিঠাই ব্যৱসায়ীক হত্যা

ধুবুৰী , 24 এপ্ৰিল : ধুবুৰীত জুৱাৰীৰ দলে হত্যা কৰিলে ফকিৰগঞ্জৰ এজন মিঠাই ব্যৱসায়ীক। আৰক্ষীৰ অনুসন্ধান আৰম্ভ ৷

ধুবুৰীত মিঠাই ব্যৱসায়ীক হত্যা

মঙলবাৰে ধুবুৰীৰ ফকিৰগঞ্জৰ বাওঁলৰি গাঁৱত সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা। নিহত লোকজনৰ পৰিয়ালৰ অভিযোগ মতে স্থানীয় জুৱাৰীৰ দল এটাই হত্যা কৰিলে ফকিৰগঞ্জৰ মিঠাই ব্যৱসায়ী আতাব আলীক। দৰাচলতে তেইশ এপ্ৰিলত ফকিৰগঞ্জৰ মিঠাই ব্যৱসায়ী আতাব আলীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মিঠাই বিক্ৰী কৰিবলৈ ওলাই যায় ৷ইয়াৰ পাচতে অঞ্চলটোৰ কেইজন মান ব্যক্তিয়ে তেওঁক জুৱা খেলিবলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

ফকিৰগঞ্জ আৰক্ষীৰ অৱহেলাৰ সুযোগ লৈ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছিল লাখ লাখ টকাৰ অবৈধ জুৱা।ব্যক্তিকেইজনে জুৱা খেলিবলৈ ব্যৱসায়ী আতাব আলীক লৈ যায় আৰু আতাব আলীৰ লগত থকা টকাখিনি কাঢ়ি হত্যা কৰি পলায়ন কৰে বুলি অভিযোগ কৰে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে।
আনহাতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত লাভ কৰা এজাহাৰৰ ভিত্তিত এখন গোচৰ পঞ্জীয়ন কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে। লগতে এয়া হত্যাকাণ্ড হয় নে নহয় সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

Intro: ধুবুৰীত হত্যাকাণ্ডৰ ঘটনা। জুৱাৰীৰ দলে হত্যা কৰিলে ফকিৰগঞ্জৰ এজন মিঠাই ব্যৱসায়ীক। আৰক্ষীৰ তদন্ত আৰম্ভ।

Body: নিৰ্বাচনৰ দিন অৰ্থাৎ তেইশ এপ্ৰিলত ধুবুৰীত এক হত্যাকাণ্ডৰ ঘটনা। ধুবুৰীৰ ফকিৰগঞ্জৰ বাওঁলৰি গাওঁত এই হত্যাকাণ্ডৰ ঘটনা। নিহত পৰিয়ালৰ অভিযোগ মতে স্থানীয় জুৱাৰীৰ দল এটাই হত্যা কৰিলে ফকিৰগঞ্জৰ মিঠাই ব্যৱসায়ী আতাব আলীক। দৰাচলতে তেইশ এপ্ৰিলত ফকিৰগঞ্জৰ মিঠাই ব্যৱসায়ী তথা গাঁওৰ স্থায়ী বাসিন্দা আতাব আলীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মিঠাই বিক্ৰী কৰিবলৈ ওলাই যায় ঘৰৰ পৰা। যদিওঁ অঞ্চলটোৰ এটা জুৱাৰীৰ চক্ৰই ব্যৱসায়ী গৰাকীক ফুচুলাই ফুচুলাই জুৱাৰ আড্ডা লৈ লৈ যায়। নিহত পৰিয়ালৰ লগতে স্থানীয় আব্দুল হামিদ মোল্লা নামৰ এজন লোকৰ ঘৰত বিগত কেইটা বছৰৰ পৰা দিনে নিশাই জুৱাৰ আড্ডা চলি আহিছে। ফকিৰগঞ্জ আৰক্ষীৰ ৰহস্যজনক মনোভাৱৰ সুযোগ লৈ প্ৰতিদিনে চলাই গৈছে লাখ লাখ টকাৰ অবৈধ জুৱা। উক্ত জুৱাৰ ঘটিত জুৱা খেলিবলৈ ব্যৱসায়ী আতাব আলীক লৈ যোৱা হৈ যদিও ক্ষন্তেক পিছতো আতাব আলীৰ লগত থকা টকাখিনি কাঢ়ি নি হত্যা কৰি পলায়ন কৰে বুলি অভিযোগ কৰে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে।
Byte:- স্থানীয় লোক
ইপিনে নিহত আতাব আলীৰ পুত্ৰ আশ্ৰৱ আলীয়ে আইনৰ প্ৰতি আশ্বাস ৰাখি অতি শীঘ্ৰেই অভিযুক্ত সত্যকাৰীক গ্ৰেপ্তাৰ কৰে।
Byte:- পুত্ৰ
আনহাতে এই ঘটনা তদন্ত সন্দৰ্ভদ লাভ কৰা এজাহাৰৰ ভিত্তিত এখন গোচৰ পঞ্জীয়ন কৰি মৃতদেহ মৰণোত্তৰ পরীক্ষাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে। লগতে এয়া হত্যাকাণ্ড হয় নে নহয় সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হব।

Conclusion: পৰিয়ালৰ লোকে অভিযোগ কৰা মতে এয়া হত্যাকাণ্ডৰ ঘটনা হলে আৰক্ষীয়ে ন্যায় প্ৰদান কৰিব পাৰিব নে নাই সেয়া হব লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.