ETV Bharat / state

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত সাহাৰ্য বিতৰণ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ

দেওবাৰে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিছখোৱা আৰু ঝাশকাল অঞ্চলৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সীমান্ত চেতনা মঞ্চই ।

rilef between the people of indo-bangla border in dhubri

author img

By

Published : Apr 12, 2020, 8:15 PM IST

ধুবুৰী, 12 এপ্ৰিলঃ পদূলিমুখ পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ কৰ'ণাৰ সংহাৰ আৰু লক ডাউনৰ বাবে হেঁপাহৰ ৰঙালীৰ উৰুকাৰ আয়োজন কৰিবলৈ সমৰ্থ হোৱা নাই বহু লোক । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিছখোৱা আৰু ঝাশকাল অঞ্চলৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে । তেওঁলোকে চাউল, দাইল, গুৰ, পিঠাগুৰি, মিঠাতেল আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে সীমান্তৰ প্ৰায় 5 হাজাৰ ৰাইজৰ মাজত ।

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত সাহাৰ্য বিতৰণ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ

লগতে পঢ়কঃ তাঁতশালত বিহুৱানৰ সলনি গামোচাৰে তৈয়াৰী মাস্কৰ পয়োভৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.