ধুবুৰী , 06 মে' : ইভিএম বিসংগতিৰ বাবে কোকৰাঝাৰ আৰু ধুবুৰীত সোমবাৰে লোকসভা নিৰ্বাচন 2019ৰ পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ পুৱা 9 বজালৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তিনিটা ভোট গ্ৰহণ কেন্দ্ৰত 17.47 শতাংশ ভোট গ্ৰহণ সম্পন্ন হৈছে ৷ ইয়াৰ বিপৰীতে ধুবুৰী জিলাৰ দুখন ভোট কেন্দ্ৰৰ ভিতৰত 13 নং ভোটকেন্দ্ৰত 19.10 শতাংশ আৰু 232নং ভোটকেন্দ্ৰত 15.46 শতাংশ ভোটদান সম্পন্ন হৈছে ৷
ধুবুৰী পুনৰ আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া - ধুবুৰী
বৰ্তমান সময়লৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ আছে বুলি জানিব পৰা গৈছে ৷
![ধুবুৰী পুনৰ আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3201281-thumbnail-3x2-djgfjed1.jpg?imwidth=3840)
ধুবুৰী পুনৰ আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া