ETV Bharat / state

Protest in Dhubri : দুদিনীয়া কৰ্মবিৰতিৰে ধুবুৰীত লাট মণ্ডলৰ প্ৰতিবাদ - সদৌ অসম লাট মণ্ডল কাননগো সন্মিলনী

আজিও লাট মণ্ডল নজৰুল ইছলামে লাভ কৰা নাই ন্যায় (Protest for Justice for Lat Mandal Nazrul Islam)৷ সেয়ে সদৌ অসম লাট মণ্ডল কাননগো সন্মিলনীৰ আহ্বান মৰ্মে জিলা কমিটিৰ উদ্যোগত ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলসকলে দুদিনীয়া কৰ্মবিৰতি পালনেৰে সাব্যস্ত কৰে প্ৰতিবাদ (Lat Mandal protest in Dhubri)।

Lat Mandal protest in Dhubri
দুদিনীয়া কৰ্ম বিৰতিৰে ধুবুৰীত লাট মণ্ডলৰ প্ৰতিবাদ
author img

By

Published : Dec 7, 2022, 8:05 PM IST

ধুবুৰী, 7 ডিচেম্বৰ : আজিৰে পৰা অনাগত দুটা দিনত কাম নহয় ধুবুৰীৰ বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ত ৷ কিয়নো সদৌ অসম লাট মণ্ডল কাননগো সন্মিলনীৰ আহ্বান মৰ্মে ধুবুৰী জিলা কমিটীৰ উদ্যোগত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত লাট মণ্ডলসকলে কৰ্মবিৰতি আৰম্ভ কৰিছে (Lat Mandal protest in Dhubri)৷

দুদিনীয়া কৰ্ম বিৰতিৰে ধুবুৰীত লাট মণ্ডলৰ প্ৰতিবাদ

দৰাচলতে, যোৱা 28 নৱেম্বৰত বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ত এগৰাকী লাট মণ্ডল নজৰুল ইছলামক কৰ্মৰত অৱস্থাত একাংশ লোকে আক্ৰমণ চলাইছিল । পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী লাট মণ্ডলগৰাকীয়ে বিলাসীপাৰা আৰক্ষী থানাত আক্ৰমনকাৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ । আৰক্ষীয়েও এই ঘটনাৰ সৈতে জড়িত তিনিজন ব্যক্তিক আটক কৰিছিল ৷

কিন্তু বৰ্তমান পৰ্যন্ত এই ঘটনাৰ মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বিলাসীপাৰা আৰক্ষী । যাৰ ফলত ভয় আৰু শংকাত সময় অতিবাহিত কৰিব লগাত পৰিছে ধুবুৰী লাট মণ্ডলসকলে ৷ সেয়ে উপায়ন্তৰ হৈ বুধবাৰে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Protest for Justice for Lat Mandal Nazrul Islam) ৷

প্ৰতিবাদকাৰীসকলে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি লাট মণ্ডলৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : Japanese billionaire will enter space: মহাকাশত প্ৰৱেশৰ দিশে এইগৰাকী জাপানী কোটিপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.