ETV Bharat / state

প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা - ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়

অৱস্থান ধৰ্মঘটত নামিল ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest against CAA by Dhuburi administrative union
প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা
author img

By

Published : Dec 18, 2019, 8:15 PM IST

ধুবুৰী,18 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ জোৱাৰ অব্যাহত ৷ ছাত্ৰ-ছাত্ৰী-আবাল বৃদ্ধ বনিতাৰ পৰা বিষয়া-কৰ্মচাৰীলৈকে সকলোৱে ওলাই আহিছে কেৱল জাতি ৰক্ষাৰ স্বাৰ্থত ৷ বুধবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয় পৰিণত হয় জনশূণ্যত ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সকলো কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে ৷ লগতে জাতিধ্বংসী আইনখন বাতিল নকৰালৈ এই কৰ্মবিৰতি চলি থাকিব বুলিও উল্লেখ কৰে কর্মচাৰীসকলে ।

আৰু পঢ়কঃ ৰাজ্যজুৰি কৰ্মচাৰী পৰিষদৰ কৰ্মবিতৰিঃ আছুৰ সৈতে অংশ ল'লে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত

Intro:জনশুন্য ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়। উপায়ুক্তৰ কাৰ্য্যালয়ৰ কোনো এখন কোঠালিত নাই কৰ্মচাৰী। কাৰণ প্ৰশাসনিক কৰ্মচাৰি আজি জাতি ৰক্ষাৰ স্বাৰ্থত কাৰ্য্যালয় এৰি ৰাজপথত বহিছে কৰ্মচাৰী সকল।

Body:

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি জাতীৰ সংকটৰ সময়ত কাৰ্য্যালয় এৰি জাতিৰ স্বাৰ্থত ৰাজপথত নামিছে চৰকাৰী কৰ্মচাৰী। আজি বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। কাৰ্য্যালয়ৰ সকলো কাম কাজ এৰি কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি কা'ৰ তীব্ৰ বিৰোধিতা কৰে প্ৰশাসনিক কৰ্মচাৰী সন্থাই।

Byte:- চৰকাৰী কৰ্মচাৰী।

Conclusion:উল্লেখযোগ্য যে, জাতিধ্বংসী আইনখন বাতিল নকৰালৈ আন্দোলন চলিব বুলি উল্লেখ কৰে কর্মচাৰী সকলে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.