ETV Bharat / state

পূৱ বিলাসীপাৰাত তিনিশ লিটাৰ চুলাই মদ ধ্বংস

author img

By

Published : Nov 7, 2020, 9:08 AM IST

চুলাই মদৰ বিৰুদ্ধে পূব বিলাসীপাৰাত আৰক্ষীৰ অভিযান ৷ প্ৰায় তিনিশ লিটাৰ চুলাই ধ্বংস আৰক্ষীৰ ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ বতৰদলত আৰক্ষীৰ অভিযান চুলাই মদৰ বিৰুদ্ধে ৷

পূৱ বিলাসীপাৰাত তিনিশ লিটাৰ চুলাই মদ ধ্বংস
পূৱ বিলাসীপাৰাত তিনিশ লিটাৰ চুলাই মদ ধ্বংস

পূৱ বিলাসীপাৰা, 7 নৱেম্বৰ: পূব বিলাসীপাৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে নিশা চলা আৰক্ষীৰ এই অভিযানত প্ৰায় তিনিশ লিটাৰ চুলাই মদ আৰক্ষীয়ে ধ্বংস কৰে ৷

বতৰদলত তিনিশ লিটাৰ চুলাই মদ ধ্বংস
বতৰদলত তিনিশ লিটাৰ চুলাই মদ ধ্বংস

পূব বিলাসীপাৰাৰ চাপৰ থানা অন্তৰ্গত বতৰদলত আৰক্ষীয়ে এক অভিযান চলাই বতৰদল গাঁৱৰ কেইবাজনো লোকৰ ঘৰৰ পৰা প্ৰায় তিনিশ লিটাৰ চুলাই মদ ধ্বংস কৰে ৷

চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত এই অভিযান চলিছিল । অৱশ্যে ঘটনা সংক্ৰান্তত কাকো আটক কৰা হোৱা নাই ৷

লগতে পঢ়ক: 3 দিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই নিকিতা সৰকাৰ হত্যাকাণ্ডৰ দোষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.