ETV Bharat / state

ছাগলীয়াত তিনিখনকৈ অত্যাধিক বোজা কঢ়িওৱা ট্ৰাক জব্দ

author img

By

Published : Jun 6, 2021, 7:50 PM IST

দেওবাৰে গোলকগঞ্জৰ ছাগলীয়াত জব্দ হ'ল তিনিখন অত্যাধিক বোজা কঢ়িওৱা ট্ৰাক ৷ পশ্চিমবংগৰ পৰা ট্ৰাক তিনিখনে অত্যাধিকভাৱে শিল আৰু কয়লা কঢ়িয়াই অনাৰ অভিযোগ ৷

overload truck seized in sagaliya
ছাগলীয়াত অত্যাধিক বোজা কঢ়িওৱা ট্ৰাক জব্দ

গোলকগঞ্জ, 6 জুন : ধুবুৰী জিলাৰ গোলকগঞ্জৰ ছাগলীয়াত দেওবাৰে জব্দ কৰা হয় তিনিখনকৈ অত্যাধিক বোজা কঢ়িওৱা ট্ৰাক ৷ পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰা তিনিখনকৈ শিল কঢ়িওৱা ট্ৰাক জব্দ কৰে ছাগলীয়া আৰক্ষীয়ে ৷ জব্দকৃত ট্ৰাককেইখনৰ ভিতৰত WB-37-C-1955 আৰু WB-37-C-7605 নম্বৰৰ ট্ৰাক দুখনে বংগৰ পৰা অত্যাধিক কয়লা কঢ়িওৱাৰ লগতে ট্ৰাক দুখনত নথি-পত্ৰৰো বিসংগতি আছিল বুলি জানিব পৰা গৈছে ৷

আনহাতে, AS-026-C-5404 নম্বৰৰ ট্ৰাকখনে অত্যাধিকভাৱে শিল কঢ়িয়াই আনিছিল । প্ৰাপ্ত তথ্যা অনুসৰি শিল আৰু কয়লাবোৰ সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হৈ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল । মূলতঃ চৰকাৰক কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে অত্যাধিকভাৱে শিল আৰু কয়লা কঢ়িওৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বাক্সাৰ শালবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.