ETV Bharat / state

কোনো ষড়যন্ত্ৰই অসমীয়া জাতীয় জীৱনক নি:শেষ কৰিব নোৱাৰে

author img

By

Published : Mar 6, 2019, 10:06 PM IST

চিলাপথাৰৰ আছুৰ সংকল্প দিৱসত লুৰিণজ্যোতি গগৈৰ মন্তব্য

চিলাপথাৰৰ আছুৰ সংকল্প দিৱসত লুৰিণজ্যোতি গগৈৰ মন্তব্য

ধেমাজি, 6 ফেব্ৰুৱাৰী : কোনো ষড়যন্ত্ৰ ই অসমীয়া জাতীয় জীৱন ক নি:শেষ কৰিব নোৱাৰে । অসমীয়া মানুহে কেতিয়াও তৃতীয় শ্ৰেণী নাগৰিক হিচাপে আঠু কাঢ়ি জীয়াই থকা পৰিৱেশলৈ ঘুৰি নাযায় । এই শিক্ষা অসমৰ পৰিৱেশ ইতিহাসে দেখুৱায় । সাম্প্ৰদায়িক অপশক্তিসমূহে যাতে আমাৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে পুলি-পুখাই উৎখাত কৰিব কৰিব লাগিব অপশক্তিক । বুধবাৰে ধেমাজি জিলাৰ চিলাপথাৰত আছুৰ সংকল্প দিৱসত এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ গগৈৰ । আগন্তুক নিৰ্বাচনত অপশক্তিৰ বিৰুদ্ধে সেই চিন্তাৰে ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈও আহ্বান জনায় নেতাগৰাকীয়ে । লগতে উক্ত অনুষ্ঠানতে অপশক্তি বিৰুদ্ধে মাৰবান্ধি থিয় হোৱা ৰ সংকল্প গ্ৰহণ কৰে আছুৱে ।

চিলাপথাৰৰ আছুৰ সংকল্প দিৱসত লুৰিণজ্যোতি গগৈৰ মন্তব্য

ইপিনে 2017 বৰ্ষৰ আজিৰ দিনটোতে চিলাপথাৰত আছুৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰা দুষ্কাৰ্যত জড়িত নিব্বাচ নামৰ অখ্যাত বাঙালী সংগঠনটোৰ নেতা সুবোধ বিশ্বাসে সম্প্ৰতি ন্যায় ব্যৱস্থা সুযোগ গ্ৰহণ কৰিয়েই কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হোৱা কাৰ্যত আক্ষেপ প্ৰকাশ কৰে আছুৰ সম্পাদকগৰাকীয়ে ।

Intro:চিলাপথাৰৰ আছুৰ সংকল্প দিৱসত লুৰিণজ্যোতিৰ ঘোষণা : কোনো ষড়যন্ত্ৰ ই অসমীয়া জাতীয় জীৱন ক নি:শেষ কৰিব নোৱাৰে

Body:কোনো ষড়যন্ত্ৰ ই অসমীয়া জাতীয় জীৱন ক নি:শেষ কৰিব নোৱাৰে । অসমীয়া মানুহে কেতিয়াও তৃতীয় শ্ৰেণী নাগৰিক হিচাপে আঠু কাঢ়ি জীয়াই থকা পৰিৱেশ লৈ কেতিয়াও ঘুৰি নাযায় । এই শিক্ষা পৰিৱেশ অসমৰ ইতিহাসে দেখুৱাই ।সাম্প্ৰদায়িক অপশক্তি সমূহে যাতে আমাৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে পুলি য়ে পূলিয়ে পোখা য়ে উৎখাত কৰিব ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই এই মন্তব্য বুধবাৰে ধেমাজি জিলাৰ চিলাপথাৰত আছুৰ সংকল্প দিৱসত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ গগৈৰ । speech..Lurinjyoti gogoi ইপিনে ২০১৭ বষৰ আজিৰ দিনটোতে চিলাপথাৰত আছুৰ কাযালয় ভাঙি লণ্ড ভণ্ড কৰা দুষ্কায্যত জড়িত মূল অভিযুক্ত নিব্বাচ নামৰ অখ্যাত বাঙালী সংগঠন টোৰ নেতা সুবোধ বিশ্বাসে সম্প্ৰতি ন্যায় ব্যৱস্থা সুযোগ গ্ৰহন কৰিয়ে কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশ ৰ তললৈ আহিবলৈ সক্ষম হল বুলি আক্ষেপ প্ৰকাশ কৰা ৰ লগতে আগন্তুক নিবাচনত অপশক্তি বিৰুদ্ধে সেই চিন্তাৰে ৰাইজক ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে byte...Lurinjyoti gogoi . অনুৰূপ ভাৱে আছুৰ সভা পতি দীপাংকৰ কুমাৰ নাথ , আটাছু ৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দুলাল বৰুৱা আদিয়ে বক্তব্য আগবঢ়াই । শেষত , সাম্প্ৰদায়িক অপশক্তি বিৰুদ্ধে এক হ ওক আদি শ্লগানেৰে সকলোৱে দুই হাত ওপৰলৈ ধৰাধৰিকৈ দাঙি অপশক্তি বিৰুদ্ধে মাৰবান্ধি থিয় হোৱা ৰ সংকল্প গ্ৰহণ কৰে । Pradunya Bharali , Dhemaji, Assam, 6/3/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.