ধুবুৰী, 22 আগষ্ট : মানকাচাৰত অগপৰ উত্থান। ধাৰাবাহিক ভাবে অগপ দলত যোগদান কৰিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শ শ কৰ্মীয়ে । বুধবাৰে মানকাচৰৰ 2 নং কালাপানী জিলা পৰিষদ সমষ্টিৰ অৰ্ন্তগত পিপুলবাৰী বাজাৰ, ধানুৱা মুছল্লিপাৰা আৰু কুমাৰগাতী অঞ্চলত দিনজোৰা কাৰ্য্যসূচীৰে চাৰিখনকৈ যোগদান সভাৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য তথা মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম । এই যোগদান সভাত ইংৰাজ আলী, মাদাৰ আলী, অকুৰ উদ্দিন, ইছলাম উদ্দিন,শোৰবেশ আলী আৰু মালেকৰ সহযোগত প্ৰায় আঠ শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
মানকাচাৰত আঠ শতাধিকৰ অগপত যোগদান - জাবেদ ইছলাম
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শ শ কৰ্মীৰ অগপত যোগদান । প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ নেতৃত্বত যোগদান কাৰ্যসূচী

ধুবুৰী, 22 আগষ্ট : মানকাচাৰত অগপৰ উত্থান। ধাৰাবাহিক ভাবে অগপ দলত যোগদান কৰিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শ শ কৰ্মীয়ে । বুধবাৰে মানকাচৰৰ 2 নং কালাপানী জিলা পৰিষদ সমষ্টিৰ অৰ্ন্তগত পিপুলবাৰী বাজাৰ, ধানুৱা মুছল্লিপাৰা আৰু কুমাৰগাতী অঞ্চলত দিনজোৰা কাৰ্য্যসূচীৰে চাৰিখনকৈ যোগদান সভাৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য তথা মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম । এই যোগদান সভাত ইংৰাজ আলী, মাদাৰ আলী, অকুৰ উদ্দিন, ইছলাম উদ্দিন,শোৰবেশ আলী আৰু মালেকৰ সহযোগত প্ৰায় আঠ শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।