ETV Bharat / state

প্ৰব্ৰজিত মুছলিম সমাজক কেঁচামাল সজাব খুজিছে বেপাৰী আজমলেঃমমিনুল আৱাল

সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ বিষ্ফোৰক মন্তব্য ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ মাজত এক অবৈধ সম্পৰ্ক আছে ৷ 2021 চনত এই সম্পৰ্কক বৈধ ৰূপ দিব বিচৰা হৈছে ৷

author img

By

Published : Oct 29, 2019, 9:11 AM IST

আজমলক তীব্ৰ সমালোচনা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ

বিলাসীপাৰা , 28 আগষ্টঃ বিলাসীপাৰাত সোমবাৰে বিয়লি সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ তথা বিজেপি নেতা মমিনুল আৱাল এখন সভাত উপস্থিত হৈ কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ মাজত এক অবৈধ সম্পৰ্ক আছে বুলি মন্তব্য কৰি নেতাজনে কয় যে, এই দুই নেতাৰ মাজৰ অবৈধ সম্পৰ্ক কেতিয়াবা নদীৰ পাৰত কেতিয়াবা চৰ অঞ্চলত আৰু কেতিয়াবা ঝাউ বনৰ মাজত চলি আহিছে ৷ ২০০৫ চনৰ পৰা চলি অহা নেতাদ্বয়ৰ মাজৰ অবৈধ সম্পৰ্কক অহা ২০২১ চনৰ নিৰ্বাচনত বৈধতা দিব বিচাৰিছে |

আনহাতে বিজেপি চৰকাৰে সন্তান জন্মৰ ক্ষেত্ৰত দুটা সন্তানৰ যি বাধ্যবাধকতা নিৰ্ধাৰণ কৰিবলৈ লৈছে সেই সম্পৰ্কত এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰে মমিনুল আৱালে | বদৰুদ্দিন আজমলৰ মতে, মুছলমান সমাজত সন্তান জন্ম ঐশ্বৰিক দান | গতিকে মুছলমান ধৰ্মীয় লোকে দুটাতকৈ অধিক সন্তান জন্ম দিবই , এয়া প্ৰকৃতি প্ৰদত্ত নিয়ম | আজমলৰ এনে মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মমিনুল আৱালে কয় যে, আজমল এজন বেপাৰী মানুহ, দৰিদ্ৰ প্ৰব্ৰজিত মুছলিম সমাজক কেঁচামাল সজাব খুজিছে আজমলে । বেপাৰ কৰিবলৈ গ'লে বেচা কিনা হ'ব , গতিকে আজমলে মুছলমান ধৰ্মীয় লোকক লৈ এই দৰে মন্তব্য কৰি উচটনি যোগাইছে | এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় | ধৰ্মীয় ভাবেও তেনে কোনো মতবাদ নাই বুলি মন্তব্য কৰে মমিনুল আৱালে ৷

লগতে পঢ়কঃ নিউ গ্ল'ৱেল কমিটমেন্টঃ প্লাষ্টিক ৰোধৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ অগ্ৰগতি

Intro:A. I - বিলাসীপাৰাত সোমবাৰে বিয়লি ৩-৩০ বজাত উপস্থিত হয় বিজেপি নেতা মমিনুল আৱাল | সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ গৰাকী আজি দলীয় সভা এখন উপস্থিত হৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে | বিজেপি নেতা গৰাকীয়ে কংগ্ৰেছৰ তৰুন গগৈ আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ মাজত এক অবৈধ সম্পৰ্ক থকাৰ বিস্ফোৰক মন্তব্য কৰে | দুই দলৰ মুৰব্বী নেতা দ্বয়ৰ মাজত চলি থকা অবৈধ সম্পৰ্ক কেতিয়া নদীৰ পাৰত কেতিয়াবা চৰ অঞ্চলত আৰু কেতিয়াবা ঝাউ বনৰ মাজত চলি আহিছে | ২০০৫ চনৰ পৰা নেতা দ্বয়ৰ অবৈধ সম্পৰ্ক ক অহা ২০২১ চনৰ নিৰ্বাচনত বৈধতা দিব বিচাৰিছে |Body:আনহাতে বিজেপি চৰকাৰে সন্তান জন্মৰ ক্ষেত্ৰত দুটা সন্তানৰ যি বাধ্য বাধকতা নিদ্ধাৰন কৰিবলৈ লৈছে সেই সম্পৰ্কত এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰে মমিনুল আৱালে | বদৰুদ্দিন আজমলৰ মতে মুছলমান সমাজত সন্তান জন্ম ঐশ্বৰিক দান | গতিকে মুছলমান ধৰ্মীয় লোকে দুটাত কৈ বেছি সন্তান জন্ম দিবই এয়া প্ৰকৃতি প্ৰদত্ত | আজমলৰ এনে মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মমিনুল আৱালে কয় যে আজমল এগৰাকী বেপাৰী মানুহ, দৰিদ্ৰ প্ৰব্ৰজিত মুছলিম সমাজক কেঁচামাল সচাব খুজিছে আছমলে। বেপাৰ কৰিবলৈ গলে বেচা কিনা হবই গতিকে আজমলে মুছলমান ধৰ্মীয় লোকক লৈ এই দৰে মন্তব্য কৰি উচটনি যোগাইছে | এয়া কেতিয়াও গ্ৰহন যোগ্য নহয় | ধৰ্মীয় ভাবেও তেনে কোনো মতবাদ নাই বুলি কয় মমিনুল আৱালে Conclusion:Bite মমিনুল আৱাল,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.