ETV Bharat / state

ধুবুৰীত অগ্নিকাণ্ডঃ দুখন দোকান ভস্মীভূত - পাচঁ লক্ষাধিক টকাৰ সা সামগ্ৰী বিনষ্ট

এই অগ্নিকাণ্ডৰ ফলত পাচঁ লক্ষাধিক টকাৰ সা সামগ্ৰী বিনষ্ট হোৱা বুলি অনুমান কৰা হৈছে ।

Dhubri
ধুবুৰীত অগ্নিকাণ্ড
author img

By

Published : Dec 15, 2019, 11:59 AM IST

ধুবুৰী, 15 ডিচেম্বৰঃ ডেওবাৰে পুৱা ধুবুৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ধুবুৰী চহৰৰ এন এচ ৰোডস্থিত 'লোকনাথ ষ্টোৰ্চ' নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হয় ৷

ধুবুৰীত অগ্নিকাণ্ড

তথ্য অনুসৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা সূত্ৰপাত হোৱা জুইয়ে নিমিষতে দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় পাচঁ লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট হোৱা বুলি অনুমান কৰা হৈছে। পৰৱৰ্তী সময়ত দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে ৷

লগতে পঢ়ক - গোলাঘাটৰ সৰুপথাৰত শূন্যলৈ গুলিচালনা আৰক্ষীৰ

Intro:Body:

DHUBRI FIRE INCIDENT

     ধুবুৰীত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড।ধুবুৰী চহৰৰ এন এচ ৰোডৰ এখন দোকানত ৰাতি পুৱাই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চহৰখনৰ লোকনাথ ষ্টোৰ্চ নামৰ দোকন এখনৰ পৰা সুত্ৰপাত হোৱা জুইয়ে দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত কৰে। পিছত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। অগ্নিকাণ্ডৰ ফলত দুখন দোকানৰ প্ৰায় পাচঁ লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট হোৱাৰ অনুমান কৰা হৈছে।                   

 Byte,, আৰক্ষী বিষয়া

অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক সৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি প্ৰাথমিক ভাবে অনুমান কৰা হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.