ETV Bharat / state

হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ

অসম চৰকাৰৰ পৰ্যাটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম সত্ৰ মহাসভাৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ৷

author img

By

Published : Jan 9, 2020, 10:30 AM IST

হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ
হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ

ধুবুৰী, 9 জানুৱাৰীঃ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা আৰু অনিবাৰ্য কাৰণত স্থগিত ৰখা মধুপুৰ মহোৎসৱ আনুষ্ঠানিক ভাৱে আৰম্ভ হ'ল বুধবাৰে ৷ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ গুৰুজনাই মহাপ্ৰয়াণ কৰা পশ্চিমবংগৰ কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰত বুধবাৰৰ পৰা আৰম্ভ হয় মধুপুৰ মহোৎসৱ ৷

MADHUPUR SATRA FESTIVAL IS GOING ON ASSAM DHUBRI ETV REPORT
কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰত মধুপুৰ মহোৎসৱ

অসম চৰকাৰৰ পৰ্যাটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম সত্ৰ মহাসভাৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে সত্ৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাস,শিক্ষাবিদ ডাঃ ৰবীন দাস,অসম পৰ্যাটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰ আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি ৷ দিনৰ ভাগত পশ্চিম বংগৰ থিয়নাম দলে কোচবিহাৰৰ মদনমোহন মন্দিৰত থিয়নাম পৰিৱেশন কৰে ৷ সন্ধাৰ ভাগলৈ জনপ্ৰিয় শিল্পী খগেন গগৈ আৰু তেখেতৰ শিল্পী দলে টোকাৰী গীত,সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰে ৷ আনহাতে বৃহস্পতিবাৰে পুৱাৰ পৰা মধুপুৰ সত্ৰত নাম প্ৰসংগ আৰু সাংস্কৃতিক শোভাযাত্ৰা,থিয়নাম সাংস্কৃতিক সমাৰোহ আদি অনুষ্ঠিত হ'ব ৷

হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ

লগতে চাওকঃবিশ্বনাথ জিলা উন্নয়নৰ সমিতিৰ পৰ্যালোচনা বৈঠক

Intro:গুৰুজনাৰ সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা আৰু অনিবাৰ্য কাৰণত স্থগিত ৰখা মধুপুৰ মহোত্সৱ আজি আনুষ্ঠানিক ভাৱে আৰম্ভ হয় মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ গুৰুজনাই মহাপ্ৰয়ান কৰা পশ্চিমবংগৰ কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰত|Body:অসম চৰকাৰৰ পৰ্যাটন বিভাগে আয়োজন কৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম সত্ৰ মহাসভাৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী| অনুষ্ঠানত উপস্থিত থাকে সত্ৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাস, শিক্ষাবিদ ডা• ৰবীন দাস অসম পৰ্যাটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰ আদি| দুপৰীয়া পশ্চিম বংগৰ থিয়নাম দলে কোচবিহাৰৰ মদনমোহন মন্দিৰত থিয়নাম পৰিবেশন কৰে| সন্ধিয়া জনপ্ৰিয় শিল্পী খগেন গগৈ আৰু তেৱঁৰ শিল্পী দলে টোকাৰী গীত সত্ৰীয়া নৃত্য | আৰু সন্ধিয়া ৰাম বিজয় নাটক মঞ্চস্থ কৰা হয়| Conclusion:কাইলৈ মধুপুৰ সত্ৰত নামপ্ৰসঙ্গ সামস্কৃতিক শোভাযাত্ৰা থিয়নাম সাংস্কৃতিক সমাৰোহ আদি অনুষ্ঠিত হব|
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.