ETV Bharat / state

বিলাসীপাৰাত নাঁৱত জব্দ মেচিনসহ চোৰাং চাউল - বিলাসীপাৰাত নাঁৱত জব্দ মেচিনসহ চোৰাং চাউল

ধুবুৰীৰ বিলাসীপাৰাত শুকুৰবাৰে নিশা মহকুমাধিপতিয়ে চলোৱা এক অভিযানত গৌৰাং নৈত নাঁৱত এটা মেচিনসহ 18 বস্তা চোৰাং চাউল জব্দ কৰে আৰক্ষীয়ে ৷ জব্দকৃত চাউলসমূহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউল বুলি জানিব পৰা গৈছে ৷

বিলাসীপাৰাত নাঁৱত জব্দ মেচিনসহ চোৰাং চাউল

author img

By

Published : May 30, 2020, 11:48 AM IST

ধুবুৰী, 30 মে’: লক ডাউনৰ মাজতে শুকুৰবাৰে নিশা বিলাসীপাৰাত আৰক্ষীয়ে জব্দ কৰে এটা মেচিনসহ চোৰাং চাউল ৷ মহকুমাধিপতি মৃদুল যাদৱৰ নেতৃত্বত চলা অভিযানত চৰাঞ্চলৰ বাবুৰহাটত গৌৰাং নৈত এখন নাঁৱত বোজাই কৰা 18 বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউলৰ লগতে এটা মেচিন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

বিলাসীপাৰাত নাঁৱত জব্দ মেচিনসহ চোৰাং চাউল

উল্লেখ্য যে, চৰাঞ্চলৰ সাধুভাষা গাঁৱৰ হজৰত আলী নামৰ চোৰাং চাউলৰ বেপাৰীজনৰ চোৰাং ব্যৱসায়ৰ খবৰ পাই আৰক্ষীয়ে চলাইছিল অভিযান ৷

লগতে পঢ়ক: ওদালগুৰিত 9 জনৰ দেহত ধৰা পৰিল COVID-19 ৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.