ETV Bharat / state

ধুবুৰী জিলাৰ ১৫৩ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান - ধুবুৰী জিলাৰ ১৫৩ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান

সোমবাৰে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ চাপৰ চাহ বাগিছাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামতো ধুবুৰী জিলাৰ মুঠ ১৫৩ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিপট্টা প্ৰদান কৰা হয় ৷ ভূমিপট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকে ৷

ভূমিপট্টা প্ৰদান
ভূমিপট্টা প্ৰদান
author img

By

Published : Oct 5, 2020, 7:05 PM IST

বিলাসীপাৰা, 5 অক্টোবৰ: সোমবাৰে সমগ্ৰ ৰাজ্যৰে একাংশ হিতাধিকাৰীৰ মাজত ভূমিপট্টা প্ৰদান কৰে শাসনাধীন চৰকাৰে ৷ অনুৰূপভাৱে চাপৰ চাহ বাগিছাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত ধুবুৰী জিলাৰ মুঠ ১৫৩ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিপট্টা প্ৰদান কৰা হয় ৷ ভূমিপট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ ৷ চৰকাৰৰ এনে পদক্ষেপে আৰ্থিকভাৱে দুৰ্বল খিলঞ্জীয়া লোকসকলৰ মুখত হাঁহি বিৰিঙাব বুলি উল্লেখ কৰে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷

ধুবুৰী জিলাৰ ১৫৩ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান

লগতে পঢ়ক: ৰাইজৰ স্বাভিমান ৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰিছে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.