ETV Bharat / state

বিলাসীপাৰাত উপস্থিত সাহিত্য সভাৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত

author img

By

Published : Oct 11, 2019, 8:56 AM IST

বৃহস্পতিবাৰে নিশা বিলাসীপাৰাৰ বেলতলীত স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে উপস্থিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত ৷ জিলা তথা শাখা সাহিত্য সভাৰ ভোট বিচাৰি উপস্থিত হোৱাৰ লগতে এখন বৈঠকতো মিলিত হয় প্ৰাৰ্থীগৰাকী ৷

প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে জয়শ্ৰী গোস্বামী মহন্ত

বিলাসীপাৰা, 11 অক্টোবৰ : বৃহস্পতিবাৰে নিশা বিলাসীপাৰাৰ বেলতলীত স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে উপস্থিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত ৷ জিলা তথা শাখা সাহিত্য সভাৰ ভোট বিচাৰি উপস্থিত হোৱাৰ লগতে এখন বৈঠকতো মিলিত হয় প্ৰাৰ্থীগৰাকী ৷

এই বৈঠকত জয়শ্ৰী মহন্তই মন্তব্য কৰে যে, সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানতে মাতৃভাষা প্ৰচলিত কৰিবলৈ অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰিব ৷ লগতে এই নিৰ্বাচনত জয়ী হোৱাৰ আশা প্ৰকাশ কৰে জয়শ্ৰী মহন্তই ৷

Intro:A.I:- বিলাসীপাৰা বেলতলীত বৃহস্পতিবাৰে নিশা উপস্থিত হয় জয়শ্ৰী গোস্বামী মহন্ত |
স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সহ উপস্থিত জয়শ্ৰী গোস্বামী মহন্ত |
অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত |
মূলত জিলা তথা শাখা সাহিত্য সভাৰ ভোট বিচাৰি উপস্থিত হয় বিলাসীপাৰাত |
জিলা আৰু শাখা সমিতিৰে বৈঠকত মিলিত হয় |
আৰু লগতে জয়শ্ৰী গোস্বামী মহন্তই কয় যে অসম সাহিত্য সভাই মাতৃভাষা সকলো কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান বিদ্যালয় সমূহ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান প্ৰচলিত হ'ব বুলি জানিবলৈ দিয়ে।
অসম সাহিত্য সভাৰ সভাপতি পদত জয়ী হোৱাৰ আস্থা প্ৰকাশ সাহিত্যিক গৰাকীৰ |
Body:A.I:- বিলাসীপাৰা বেলতলীত বৃহস্পতিবাৰে নিশা উপস্থিত হয় জয়শ্ৰী গোস্বামী মহন্ত |
স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সহ উপস্থিত জয়শ্ৰী গোস্বামী মহন্ত |
অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত |
মূলত জিলা তথা শাখা সাহিত্য সভাৰ ভোট বিচাৰি উপস্থিত হয় বিলাসীপাৰাত |
জিলা আৰু শাখা সমিতিৰে বৈঠকত মিলিত হয় |
আৰু লগতে জয়শ্ৰী গোস্বামী মহন্তই কয় যে অসম সাহিত্য সভাই মাতৃভাষা সকলো কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান বিদ্যালয় সমূহ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান প্ৰচলিত হ'ব বুলি জানিবলৈ দিয়ে।
অসম সাহিত্য সভাৰ সভাপতি পদত জয়ী হোৱাৰ আস্থা প্ৰকাশ সাহিত্যিক গৰাকীৰ |
Conclusion:BYTE:-1+2+3 জয়শ্ৰী গোস্বামী মহন্ত.

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.