ETV Bharat / state

ধুবুৰীত উদ্ধাৰ নৰ-কংকাল

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শাশাৰ গাঁৱত উদ্ধাৰ নৰ কংকাল, নৰ-কংকালটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই

author img

By

Published : Jun 23, 2019, 9:43 PM IST

ধুবুৰীত উদ্ধাৰ নৰ-কংকাল

ধুবুৰী,২৩জুন : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শাশাৰ গাঁৱত ভয়ংকৰ ঘটনা । দেওবাৰে অঞ্চলটোৰ বননি এখনৰ গছৰ ডালত উদ্ধাৰ হয় এটি নৰ কংকাল । অঞ্চলটোত দুৰ্গন্ধৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে দুৰ্গন্ধৰ কাৰণ জানিবলৈ তদন্ত কৰাত গছৰ ডালত নৰ-কংকালটো প্ৰত্যক্ষ কৰে । কোনো দুৰ্বৃত্তই হত্যা কৰি ওলোমাই থৈ যায় বুলি সন্দেহ কৰে । নৰ-কংকালটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও নৰ-কংকালটো পুৰুষৰ বুলি চিনাক্ত হৈছে । ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ ৰানীগঞ্জ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Intro:A.I:- বিলাসীপাৰাৰ শাশাৰ গাঁৱত নৰকংকাল সদৃশ মৃতদেহ উদ্ধাৰ |
গাঁও খনৰ বননি এখনৰ গছৰ ডালত দেওবাৰে বিয়লি ওলমি থকা অৱস্থাত কংকালটো |
স্থানীয় ৰাইজে বিকট দুৰ্গন্ধৰ ভিত্তিত প্ৰত্যক্ষ কৰে নৰ কংকালটো |
হত্যা কৰি ওলোমাই ৰখাৰ সন্দেহ স্থানীয় ৰাইজৰ |
নৰ কংকালটো চিনাক্ত হোৱা নাই যদিও পুৰুষৰ বুলি চিনাক্ত হয় |Body:ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ ৰানীগঞ্জ আৰক্ষীৰ দল উপস্থিত |
আৰক্ষীৰ তদন্তত এয়া হত্যা নে আত্মহত্যা সেয়া পোহৰলৈ আহিব বুলি ধাৰনা কৰা হৈছে |Conclusion:Bite
1 আৰক্ষী বিষয়া,
2 স্থানীয় নাগৰিক,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.