- গোলকগঞ্জৰ ৰতিয়াদাহ বটেৰতল 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ধন
- ষ্টেটিচটিকচ ছাৰ্ভেলেঞ্চ টিমে জব্দ কৰে ধনখিনি
- মৃণালকান্তি বৰ্মন নামৰ লোক এজনৰ পৰা জব্দ ধন
- মৃণালকান্তিৰ ঘৰ ৰতিয়াদাহ তৃতীয় খণ্ডৰ গাঁৱত
- মুঠ 1 লাখ 37 হাজাৰ টকা জব্দ
গোলকগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ধন - জব্দ
ষ্টেটিচটিকচ ছাৰ্ভেইলেঞ্চ টিমৰ অভিযানত জব্দ মুঠ 1 লাখ 37 হাজাৰ টকা ৷ মৃণালকান্তি বৰ্মন নামৰ লোক এজনৰ পৰা জব্দ কৰা হয় ধনখিনি ৷
গোলকগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ধন
- গোলকগঞ্জৰ ৰতিয়াদাহ বটেৰতল 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ধন
- ষ্টেটিচটিকচ ছাৰ্ভেলেঞ্চ টিমে জব্দ কৰে ধনখিনি
- মৃণালকান্তি বৰ্মন নামৰ লোক এজনৰ পৰা জব্দ ধন
- মৃণালকান্তিৰ ঘৰ ৰতিয়াদাহ তৃতীয় খণ্ডৰ গাঁৱত
- মুঠ 1 লাখ 37 হাজাৰ টকা জব্দ
Breaking
গোলকগঞ্জৰ ৰতিয়াদাহ বটেৰতল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টকা জব্দ ।ষ্টেটিকচ ছাৰ্ভেলেঞ্চ টিমে ( statistics surveillance team ) জব্দ কৰে ধন খিনি। মৃনাল কান্তি বৰ্মন নামৰ লোক এজনৰ পৰা উদ্ধাৰ ।মৃনাল কান্তিৰ ঘৰ ৰতিয়াদাহ তৃতীয় খন্ড গাঁৱত | মুঠ ১ লাখ ৩৭ হেজাৰ টকা উদ্ধাৰ
Prodip Kr Sen, news coordinator,
Golakganj