ETV Bharat / state

ৰৌমাৰীত উদ্ধাৰ কেঁকো সাপঃ 2 আটক

author img

By

Published : Sep 28, 2019, 5:30 PM IST

পশ্চিম বংগৰ চাহিদুল ইছলাম আৰু ধুবুৰীৰ আজিজুল হক নামৰ যুৱক দুজনে বিক্ৰীৰ বাবে চাপৰৰ ৰৌমাৰীস্থিত পে'ট্ৰল পাম্পৰ ওচৰত উপস্থিত হৈছিল

ৰৌমাৰীত উদ্ধাৰ কেঁকো সাপঃ 2 আটক

ধুবুৰী, 28 ছেপ্টেম্বৰঃ ধুবুৰীৰ ৰৌমাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য কেঁকো সাপ ৷ কেঁকোসাপ সহ আটক দুজন অসাধু ব্যৱসায়ী ৷ ব্যৱসায়ী দুজনে বিক্ৰীৰ বাবে সাপ দুডাল লৈ আহি থকা অৱস্থাতে আটক কৰে চাপৰ আৰক্ষীয়ে। পশ্চিম বংগৰ চাহিদুল ইছলাম আৰু ধুবুৰীৰ আজিজুল হক নামৰ যুৱক দুজনে বিক্ৰীৰ বাবে চাপৰৰ ৰৌমাৰীস্থিত পে'ট্ৰল পাম্পৰ ওচৰত উপস্থিত হৈছিল। তেনে সময়তে গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কেঁকোসাপসহ যুৱক দুজনক আটক কৰে। উদ্ধাৰ হোৱা কেঁকো সাপডালৰ অৱস্থা সংকটজনক হোৱাত আৰক্ষীয়ে বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়ে।

Intro:চাপৰত উদ্ধাৰ এডাল দুষ্প্ৰাপ্য কেকো সাপ সহ দুজন অসাধু ব্যৱসায়ীBody:পূৱ বিলাসীপাৰা, ২৮ ছেপ্টেম্বৰ:

পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰীত উদ্ধাৰ হয় এডাল দুষ্প্ৰাপ্য কেকো সাপ । দুজন অসাধু ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে অনা সাপ ডাল উদ্ধাৰ কৰে চাপৰ আৰক্ষীয়ে । পশ্চিম বংগৰ সাহিদুল ইছলাম আৰু ধুবুৰী জিলাৰ আজিজুল হক নামৰ ,যুৱক দুজনে বিক্ৰীৰ বাবে চাপৰৰ ৰৌমাৰীস্থিত পেট্ৰল পাম্পৰ ওচৰত উপস্থিত হৈছিল । পিছত এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাপ সহ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় ।Conclusion:*উক্ত কেকো সাপডালৰ অৱস্থা সংকটজনক হোৱাত আৰক্ষীয়ে বহলপুৰ আঞ্চলিক বন বিষয়াৰ কায্যালয়ত চমজাই দিয়ে।*

BYTE: PUBLIC
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.