ETV Bharat / state

বিনামূলীয়া পাঠ্যপুথি বহুমূলীয়া কৰে শিক্ষকে ! - assam news

ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা চৰকাৰী বিনামূলীয়া পাঠ্যপুথি দোকানত বিক্ৰী ৷ ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিলাসীপাৰাৰ চৌধুৰীৰ চৰ মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীত বিনামূলীয়া পাঠ্যপুথি বিক্ৰী শিক্ষকৰ
author img

By

Published : May 30, 2019, 12:36 PM IST

ধুবুৰী, 30 মে': ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা চৰকাৰী বিনামূলীয়া পাঠ্যপুথি দোকানত বিক্ৰী ৷ ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিলাসীপাৰাৰ চৌধুৰীৰ চৰ মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয় খনৰ সহকাৰী শিক্ষক গোলাপ উদ্দিন আহমেদে চোৰাং কৈ চৰকাৰী আঁচনিৰ বিনামূলীয়া পাঠ্যপুথি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
শিক্ষকজনে চৰকাৰী আঁচনিৰ পাঠ্যপুথি সমূহ দোকানীৰ ওচৰত বিক্ৰী কৰিবলৈ লওতেই হাতে লোটে ধৰা পেলায় ৰাইজে ৷ লগতে জব্দ কৰে চোৰাং কৈ বিক্ৰীৰ বাবে অনা পাঠ্যপুথি সমূহ ৷ তাৰোপৰি ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী থানাত ৰাজহুৱাকৈ গোচৰ তৰে শিক্ষকজনৰ বিৰুদ্ধে ৷

ধুবুৰীত বিনামূলীয়া পাঠ্যপুথি বিক্ৰী শিক্ষকৰ

আৰু পঢ়কঃ ধন সোণেৰে ভৰি থকা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে এটা ঐতিহাসিক পুখুৰী

আনহাতে, বিলাসীপাৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনোজ ফুকনৰ সহযোগত বিলাসীপাৰাত প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা বিভাগ এতিয়া মৃত্যু মুখৰ দিশে গতি কৰিবলৈ লোৱাৰো অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

Intro:A. I - ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা চৰকাৰী বিনামূলীয়া কিতাপ দোকানত বিক্ৰী | ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিলাসীপাৰাৰ চৌধুৰীৰ চৰ এম ই মাদ্ৰাছাত উত্তপ্ত পৰিস্থিতি | বিদ্যালয় খনৰ সহকাৰী শিক্ষক গোলাপ উদ্দিন আহমেদে চোৰাং কৈ বিক্ৰীৰ অপচেষ্টা চলায় চৰকাৰী আঁচনিৰ বিনামূলীয়া কিতাপ |
স্বয়ং শিক্ষক জনে চৰকাৰী আঁচনিৰ কিতাপবোৰ দোকানীৰ ওচৰত বিক্ৰী কৰিবলৈ লওতে ৰাইজে ধৰা পেলায় হাতে লোটে | এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ |Body:V. O - বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্থ এই খন চৌধুৰীৰ চৰ মধ্য ইংৰাজী বিদ্যালয় | চৰকাৰী বিদ্যালয় খনত বিভাগীয় ভাবে যোগান ধৰা বিনামূলীয়া কিতাপ সমূহ ছাত্ৰ ছাত্ৰীক যোগান ধৰাৰ পৰিবৰ্তে গোপনে দোকানীৰ ওচৰত বিক্ৰী কৰিবলৈ চেষ্টা চলায় স্বয়ং শিক্ষক জনে | পিছত গোপনে বিক্ৰী কৰিব বিচৰা বিনামূলীয়া কিতাপ বোৰ সহ দুৰ্নীতি গ্ৰস্ত শিক্ষক গোলাপ উদ্দিন আহমেদক ৰাইজে হাতে লোটে ধৰা পেলায় | কিন্তু চেগ বুজি দুৰ্নীতিৰ নায়ক শিক্ষক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে |Conclusion:পৰবৰ্তী সময়ত ৰাইজে চোৰাং কৈ বিক্ৰীৰ বাবে নিয়া কিতাপ সমূহ জব্দ কৰে আৰু ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী থানাত ৰাজহুৱা কৈ গোচৰ তৰে | বিলাসীপাৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনোজ ফুকনৰ সহযোগত বিলাসীপাৰাত প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা বিভাগ এতিয়া মৃত্যু মুখৰ দিশে গতি কৰিবলৈ লোৱাৰো অভিযোগ উঠিছে | অকল উৎকোচৰ ধনৰ টেপোলাৰ বাদে একো চিনি নোপোৱা শিক্ষা বিষয়া জনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিলাসীপাৰাৰ প্ৰাথমিক শিক্ষা খণ্ডত এতিয়া চলিছে দুৰ্নীতি আৰু অৰাজকতা | ৰাইজে তদন্ত মূলে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী আৰু চৰকাৰৰ ওচৰত |
Bite 1+2- চৌধুৰীৰচৰৰ সচেতন যুৱক |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.